• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 5, 2022 6:58 pm
Himanta Biswa Sharma
138
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩১ মাৰ্চৰ দিনা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা পবিত্ৰ মাৰ্ঘেৰিটাক আজি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হ’ল।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে আছিল যদিও তেওঁক আঁতৰাই আজি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক এই পদত অধিষ্ঠিত কৰা হ’ল।

ৰাজনৈতিক ইতিহাসত বোধ হয় প্ৰথমবাৰৰ কাৰণে ৰাজ্য সভা অৰ্থাৎ উচ্চ সদনৰ সন্মানীয় সদস্য এগৰাকীক অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ পদবী নে এক আলংকাৰিক পদ?

এতিয়া সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ৰাজ্যসভাৰ পৰা বেতন ল’ব নে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে মাহিলী বেতন আৰু অন্যান্য সা-সুবিধা লাভ কৰিব? এইবোৰক লৈ ৰাজনৈতিক মহলত আনকি বিজেপিৰে একাংশৰ মাজত বু-বা চলা শুনিবলৈ পোৱা গৈছে।

উচ্চ সদনৰ সদস্য এজন মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’লে তেওঁৰ পদমৰ্য্যদা হানি নহ’বনে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

অন্য এক প্ৰশ্ন উত্থাপন হৈছে জয়ন্ত মল্ল বৰুৱাৰ দৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক কেবিনেট মৰ্য্যদা প্ৰদান কৰা হ’ব নে?

অৱশ্যে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে হৰ্ষোল্লাস কৰি পবিত্ৰ মাৰ্ঘেৰিটাক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে।

ইপিনে, ৰাজনৈতিক সচিব হিচাপে নিযুক্তি লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় “ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মোক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুজ সতীৰ্থ হিচাপে নিষ্ঠা আৰু সততাৰে কাম কৰি যাম। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী কাৰ্য্যক্ষম ব্যক্তিৰ সৈতে সমানে খোজ দি যোৱাটো ইমান সহজ নহয়। তেওঁৰ মাৰ্গ দৰ্শনৰে তথা অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ কাম কৰি যাম।”

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd