• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 5, 2022 6:58 pm
Himanta Biswa Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩১ মাৰ্চৰ দিনা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা পবিত্ৰ মাৰ্ঘেৰিটাক আজি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হ’ল।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে আছিল যদিও তেওঁক আঁতৰাই আজি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক এই পদত অধিষ্ঠিত কৰা হ’ল।

Apply Now

ৰাজনৈতিক ইতিহাসত বোধ হয় প্ৰথমবাৰৰ কাৰণে ৰাজ্য সভা অৰ্থাৎ উচ্চ সদনৰ সন্মানীয় সদস্য এগৰাকীক অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ পদবী নে এক আলংকাৰিক পদ?

এতিয়া সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ৰাজ্যসভাৰ পৰা বেতন ল’ব নে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে মাহিলী বেতন আৰু অন্যান্য সা-সুবিধা লাভ কৰিব? এইবোৰক লৈ ৰাজনৈতিক মহলত আনকি বিজেপিৰে একাংশৰ মাজত বু-বা চলা শুনিবলৈ পোৱা গৈছে।

উচ্চ সদনৰ সদস্য এজন মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’লে তেওঁৰ পদমৰ্য্যদা হানি নহ’বনে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

অন্য এক প্ৰশ্ন উত্থাপন হৈছে জয়ন্ত মল্ল বৰুৱাৰ দৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক কেবিনেট মৰ্য্যদা প্ৰদান কৰা হ’ব নে?

অৱশ্যে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে হৰ্ষোল্লাস কৰি পবিত্ৰ মাৰ্ঘেৰিটাক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে।

ইপিনে, ৰাজনৈতিক সচিব হিচাপে নিযুক্তি লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় “ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মোক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুজ সতীৰ্থ হিচাপে নিষ্ঠা আৰু সততাৰে কাম কৰি যাম। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী কাৰ্য্যক্ষম ব্যক্তিৰ সৈতে সমানে খোজ দি যোৱাটো ইমান সহজ নহয়। তেওঁৰ মাৰ্গ দৰ্শনৰে তথা অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ কাম কৰি যাম।”

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd