• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত হাতীৰ আতংক : চতিয়াৰ বিধায়কৰ ৰামুৰ ভয়ত থৰ-কাছুটি এৰিলে ৰাইজে

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
October 18, 2018 7:04 pm
Screenshot_20181018-180651
358
VIEWS
Share on FacebookShare on Twitter

এটা পোহনীয়া মখনা হাতী বান্ধোনৰ পৰা মুক্ত হোৱাৰ ফলত তিনিদিন ধৰি বিশ্বনাথৰ নগৰ তথা গাঁৱত এক আতংকময় পৰিবেশে বিৰাজ কৰি আছিল। সৌভাগ্যক্ৰমে বন বিভাগৰ লোকে তিনিদিনৰ অন্তত অৱশেষত  ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণ কৰে প্ৰকাণ্ড হাতীটো।

এই হাতীটো হৈছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৰামু নামৰ সকলোৰে পৰিচিত এটা হাতী। তিনিদিন ধৰি হাতীটোৱে বিশ্বনাথৰ বিভিন্ন গাঁৱৰ ৰাইজৰ বাবে এক আতংকৰ কাৰণ হৈ আছিল। কাৰণ হাতীটোৱে নিজৰ মাউত অথবা কোনো লোকৰে কথা নমনা হৈ পাগলৰ দৰে আচৰণ কৰি বিশ্বনাথ নগৰৰ কাষৰ গাঁৱবোৰত ঘূৰি ফুৰিছিল।

কোনো পধ্যে বন বিভাগৰ লোকে হাতীটো নিয়ন্ত্ৰণ কৰিব পৰা নাছিল যদিও দিনে নিশাই বন বিভাগৰ লোকে হাতীটোক বিশ্বনাথৰ নগৰত প্ৰবেশ কৰাৰ পৰা বাধা প্ৰদান কৰি আছিল। কাৰণ  দুৰ্গাপূজা চলি থকা সময়ত যদিহে হাতীটোৱে নগৰত প্ৰবেশ কৰে তেনেহলে নিশ্চিত ভাবে নগৰত দুৰ্গা পূজা চাবলৈ অহা লোক হাতীটোৰ আক্ৰমণৰ সন্মূখীন হৈ  প্ৰাণ হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লহেতেন।

অবশেষত আজি এই হাতীটো বন বিভাগৰ লোকে নিয়ন্ত্ৰণ কৰিবলৈ ট্ৰেংকুলাইজ কৰা মূহুৰ্ততে এইদৰে হাতীটোৱে বিশ্বনাথৰ মাজমজিয়াত থকা বৌ বজাৰৰ দিশে আগবাঢ়ি আগবাঢ়ি অহাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। কোনো লোক হতাহত হোৱা নাই যদিও বহু সময় পাভৈ পথত আতংকৰ সৃষ্টি কৰি যানজঁটৰ সৃষ্টি কৰে। অবশেষত বন বিভাগৰ লোকে হাতীটো ট্ৰেংকুলাইজ কৰি  হাতীটোক নিয়ন্ত্ৰণ কৰি সুৰক্ষিত স্থানত লৈ যায়। হাতীটোৰ  ভাটি ধৰা বাবেহে এনে ধৰণৰ আচৰণ কৰা বুলি বন বিভাগৰ লোকে জানিব দিয়ে।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd