• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কপালত অমূল্য কিৰিটি; ৰেপাৰৰ প্ৰায় ১৭৫কোটি টকীয়া গুলপীয়া হীৰাৰ ৰহস্য কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2021 5:07 pm
WhatsApp Image 2021-02-06 at 4.21.04 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিল উজি ভাৰ্ট নামৰ আমেৰিকান ৰেপাৰ গৰাকীয়ে সমগ্ৰ বিশ্বৰে দৃষ্টি কাঢ়িছে এক অনন্য কীৰ্তিৰে। তেওঁ কপালত খোদিত কৰি লৈছে এটুকুৰা বৃহৎ গুলপীয়া হীৰা।

বাতৰি অনুসৰি, চকু কপালত উঠিবলগীয়া কথাটো হ’ল এই হীৰা টুকুৰাৰ মূল্য হৈছে বৃহৎ ২৪ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭৫কোটি টকা।

ৰেপাৰগৰাকীৰ প্ৰিয় অলংকাৰ ডিজাইনাৰ ইলিয়ট ইলিয়েনেটে লিলৰ বাবে আনিছে এই অমূল্য হীৰাখণ্ড।

লিল উজি ভাৰ্টৰ প্ৰকৃত নাম হৈছে ছিমেৰে বাইছিল উডছ। চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁৰ কপালত খোদিত কৰি লোৱা এই হীৰাৰ তিলকে মুখমণ্ডলত শোভা কৰিছে। ইয়াৰ পাছতে তেওঁৰ কপালৰ কিৰিটিয়ে ইন্টাৰনেট জগতত ধুমুহাৰ সৃষ্টি কৰে।

‘’সৌন্দৰ্য্য যন্ত্ৰণা’’ কেপশ্যনেৰে ২৬বছৰীয়া শিল্পীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত বৃহৎ গুলপীয়া হীৰা খোদিত কপালৰ তিলকটো জিলিকি ৰৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত ইয়াৰ ১৩ মিলিয়ন ভিউ হৈছে আৰু ৮৭,০০০তকৈয়ো অধিক কমেন্টৰ আহিছে।

লিল উজি ভাৰ্ট খৰচী ঘড়ী, কাৰ তথা ডিজাইনাৰ পোছাকৰ চখৰ বাবে পৰিচিত যদিও তেওঁৰ এই হীৰা টুকুৰা আটাইতকৈ মূল্যবান ক্ৰয় কৰা সামগ্ৰী বুলি জানিবলৈ দিয়ে।

 

View this post on Instagram

 

A post shared by Marni Life( NO STYLIST)1600 (@liluzivert)

টুইটাৰত তেওঁ প্ৰকাশ কৰা মতে বিগত চাৰি বছৰে হীৰা টুকুৰাৰ নামত তেওঁ ব্যয় কৰিছে।

কিন্তু তেওঁ হীৰাখণ্ড আঙুঠিত নিপিন্ধি কিয় কপালত খোদিত কৰি ল’লে তেনে এক অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত লিলে কৈছে যে আঙুঠিটো হেৰাই যাব পাৰে যদিও কপালত খোদিত কৰাৰ বাবে ই হেৰুৱাৰ শংকা নাই।

তেওঁ ইয়াৰ বাবে অৱশ্যে বীমা কৰাৰ কথাও জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd