• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইখন অসমতে কন্যা শিশুৰ সন্মানাৰ্থে চলি আহিছে বিৰল পৰম্পৰা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 24, 2018 12:50 pm
122
VIEWS
Share on FacebookShare on Twitter

যি সময়ত উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কন্যা শিশুৰ ভ্ৰুণ হত্যাৰ বাবে কেন্দ্ৰ চৰকাৰে আইন প্ৰণয়ন কৰিছে সেই সময়তে শিৱসাগৰ জিলাৰ নামতি অঞ্চলত বছৰ বছৰ ধৰি চলি আহিছে এক বিৰল পৰম্পৰা।

উল্লেখযোগ্য যে এই অঞ্চলত কন্যা শিশু জন্ম হ’লেই উক্ত পৰিয়ালটোৱে পৰম্পৰাগতভাৱে ৰোপণ কৰে ১০০ জোপা সাঁচী গছৰ পুলি।

শিৱসাগৰ জিলাত নামতি অঞ্চলত কন্যা শিশুৰ সন্মানাৰ্থে লোৱা এই পদক্ষেপ সমগ্ৰ অসমৰ বাবে এক আদৰ্শ হৈ পৰিছে। অঞ্চলটোত কন্যা শিশুৰ জন্ম হলেই সেই নিৰ্দিষ্ট পৰিয়ালটোৱে পৰমপৰাগত ভাৱে, ৰোপণ কৰে  ১০০ জোপাকৈ মূল্যৱান সাঁচী গছৰ পুলি। সময়ত এই মূল্যৱান সাঁচী গছ বিক্ৰী কৰি আহৰণ কৰা ধনেৰে কন্যা শিশুটিক উচ্চ শিক্ষা দিয়াৰ লগতে বিবাহৰ সময়টো খৰচ কৰে।

এইয়া যেন প্ৰধান মন্ত্ৰীৰ “বেটী বচাও বেটী পঢ়াও” শ্লগানক বাস্তৱ ৰূপ দিবলৈ শিৱসাগৰৰ নামতিবাসীৰ এক সামান্য প্ৰয়াস। এই প্ৰয়াসে ছোৱালীজনীৰ ভৱিষ্যৎ নিৰাপত্তা তথা সুৰক্ষা দিয়াৰ লগতে উচ্চ শিক্ষা আহৰণত যথেষ্ট সহায় কৰিব পৰিয়ালটোক।

কোনো নিয়ম নাথাকিলেও, বৰ্তমান ই এক নিয়মত পৰিণত হৈছে বৃহত্তৰ নামতি অঞ্চলত। এই কাৰ্য্যৰ জৰিয়তে ছোৱালীৰ আৰ্থিক সুৰক্ষাৰ লগতে পৰিয়ালৰ উপৰিও দেশৰ অৰ্থনৈতিক ভেটি টনকীয়াল কৰাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে এই মহৎ কাম কৰি সমগ্ৰ বিশ্ববাসীৰ ওচৰত উদাহৰণ দাঙি ধৰিছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd