• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত বন্ধ হ’ল মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক, গ্ৰাহকে পাব ৫ লাখকৈ টকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 11, 2022 3:37 pm
ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত বন্ধ হ’ল মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক, গ্ৰাহকে পাব ৫ লাখকৈ টকা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পুনৰ বন্ধ হ’ল আন এটা সমবায় বেংক। বিত্তীয় অচলাৱস্থাৰ দোহাই দি ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিছে মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক। বেংকটো বন্ধ কৰি দিয়াৰ পিছতে সমস্যাৰ সন্মুখীন হৈছে বেংকটোৰ গ্ৰাহকসকল।

অৱশ্যে ৰিজাৰ্ভ বেংকে বেংকটোত পাঁচলাখলৈ টকা জমা হোৱা সকলক সেই পৰিমাণৰে ধন ঘূৰাই দয়াৰ প্ৰতিশ্ৰতি দিছে যদিও পাঁচলাখৰ ওপৰত জমা থোৱাসকলেও কেৱল পাঁচলাখ টকাহে পাব। ফলত বহু গ্ৰাহক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই বেছি।

ডি.আই.চি.জি.চি.-ৰ তত্বাৱধানত গ্ৰাহকসকলক ৫ লাখ টকালৈকে সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। কিন্তু সমস্যাটো হ’ল যদি কোনোৱাই ইয়াতকৈ অধিক ধন বেংকটোত জমা কৰিছিল তেন্তে তেনে গ্ৰাহকৰ বাকী ধনৰাশি আৰু ঘূৰাই নাপাব। পুনেস্থিত ৰূপী কো-অপাৰেটিভ বেংক লিমিটেডো বন্ধ কৰি দিয়া হৈছিল।

২২ ছেপ্টেম্বৰৰ পৰা পুনেৰ উক্ত বেংকটোৱে কোনো লেনদেন কৰা নাই। পুনেৰ ৰূপী কো-অপাৰেটিভ বেংক লিমিটেড নামৰ সমবায় বেংকটোৰ ব্যাপক লোকচান হোৱাৰ দোহাই দিয়েই বেংকটো বন্ধ কৰি দিয়া হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

August 20, 2025 2:00 pm
‘গাঁত আৰু যান-জঁটেৰে পৰিপূৰ্ণ পথত টোল টেক্স লোৱা উচিত নহয়’: উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

‘গাঁত আৰু যান-জঁটেৰে পৰিপূৰ্ণ পথত টোল টেক্স লোৱা উচিত নহয়’: উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

August 20, 2025 1:28 pm
ভয়াবহ প্ৰদূষণৰ কবলত ধনশিৰি নদী : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু

ভয়াবহ প্ৰদূষণৰ কবলত ধনশিৰি নদী : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু

August 20, 2025 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

August 20, 2025 2:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd