• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2024 10:27 am
3.7k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজৰ ইউটিউব চেনেল খুলিছে৷ আৰু তাৰ লগে লগে তেওঁ ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে। ৰোনাল্ডোৰ এই চেনেলটোৱে ১০ লাখ চাবস্ক্ৰাইবাৰ পোৱাৰ দ্ৰুততম চেনেল হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাই ৫৪ নিযুত অতিক্ৰম কৰিছে। কিন্তু তাত যদি ভাৰতীয় ক্ৰিকেট কিংবদন্তি বিৰাট কোহলী উপস্থিত থাকে তেন্তে কি হ’ব?

ছ’চিয়েল মিডিয়াত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এটা পোষ্টৰ পিছতে নেট জগতত উন্মাদনাৰ সৃষ্টি হৈছে। সেই ছবিখনত কি আছে? দেখা গৈছে যে বিৰাট ৰোনাল্ডোৰ লগত বহি আছে। সন্মুখত মাইক। পিঠিত চি আৰ ৭ৰ পৰ্তুগাল আৰু আল নাছৰ দলৰ জাৰ্চি। ইয়াৰ উপৰিও ট্ৰফী হাতত লৈ থকা ৰোনাল্ডোৰ ছবিও আছে। মুঠতে পৰ্তুগীজ কিংবদন্তিগৰাকীৰ ইউটিউব চেনেলৰ চিনাকি পৰিৱেশ। আৰু তাতেই দুজনেই আড্ডাত জমি উঠিছে।

লগতে পঢ়কঃদৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

কিন্তু এই সম্ভাৱনা সঁচাই হ’বলৈ গৈ আছে নেকি? ভৱিষ্যতে কি হ’ব সেয়া ক’ব নোৱাৰি যদিও এতিয়া এই ছবিখন এআইৰ সহায়ত নিৰ্মাণ কৰা হৈছে। যাৰ সৈতে আৰচিবিৰ কেপচনত বিৰাট কোহলী আৰু ৰোনাল্ডোৰ যুটিত ‘সৰ্বকালৰ দুজন শ্ৰেষ্ঠ খেলুৱৈ’ৰ কথা কোৱা হৈছে।

তেওঁলোকে লিখিছে, “এইটো মিছ কৰিব পাৰিনে? এই যুটীটোৱে নেট জগত কঁপাই তুলিব।” আৰু এই খণ্ডটোৰ নাম কি হ’ব, তাকো তেওঁলোকে জনাইছে। ইয়াৰ নাম হ’ব ‘GOATS’। প্ৰচলিত অৰ্থত Greatest Of All Time।

Virat Kohli x Cristiano Ronaldo = 🐐²

Would you dare miss it? This collab would break the internet! 🔥😬 pic.twitter.com/9mGDb9TMW4

— Royal Challengers Bengaluru (@RCBTweets) August 31, 2024

কমেন্টতো অনুৰাগীসকল এই দুজনৰ কাহিনী শুনিবলৈ আগ্ৰহৰ কথা ব্যক্ত কৰিছে। শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন সতীৰ্থ ৰিঅ’ ফাৰ্ডিনাণ্ডে ৰোনাল্ডোৰ চেনেলত উপস্থিত হৈছিল। তাতেই পাঁচবাৰৰ বেলন ডি অৰ বিজয়ীগৰাকীয়ে ১০০০ গ’ল দিয়াৰ লক্ষ্য ঘোষণা কৰে। বিৰাট তাত আহিলে দুয়োজনে কি কথা পাতিব? এই সপোন কেতিয়াবা সঁচা হ’বনে? আশা এৰিবলৈ অনিচ্ছুক অনুৰাগীসকল।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd