• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বহীদ ন্যাসত বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ মুকলি আছুৰ

কোনো পৰিকল্পনা বিহীন ভাৱে ৰাইজৰ ধনৰ অপব্যয় কৰিছে ৰাজ্য চৰকাৰে- সীমান্ত ঠাকুৰীয়া

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 21, 2020 3:58 pm
IMG-20200721-WA0038
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ প্রধানমন্ত্ৰীক আদৰিবৰ বাবে স্থাপন কৰা গুৱাহাটী লাচিত ঘাটৰ আদৰ্শ গাঁও বানৰ কবলত জহি খহি গৈছে৷ কোনো পৰিকল্পনা বিহীন ভাৱে ৰাইজৰ ধনৰ অপব্যয় কৰিছে ৰাজ্য চৰকাৰে।

শ্বহীদ ভৱনত বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতা সীমান্ত ঠাকুৰীয়াই।

ঠাকুৰীয়াই লগতে কয় “জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত যি আদৰ্শ গাঁওৰ নিৰ্মাণ কৰিছিল সেয়া ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হৈছিল৷ কিন্তু তাত ৰাইজৰ ধনৰ অপচয় ঘটিছে৷ পানী অহাৰ লগে লগে জহি খহি গৈছে আদৰ্শ গাঁও।”

চৰকাৰে পূৰ্বে পৰিকল্পনা বিহীন ভাৱে আদৰ্শ গাঁৱৰ উন্নয়নৰ কাম কৰিছিল বুলি উল্লেখ কৰি ঠাকুৰীয়াই কয়, “যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ বাবে পুনৰ আদৰ্শ গাঁওখন ধ্বংস কৰিব লগা হৈছে৷ চৰকাৰৰ এই ধৰণৰ পৰিকল্পনা বিহীন কাম-কাজৰ পৰা অসমৰ ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই।”

অসমৰ জনসাধৰন আজি বানপানীত হাহাকাৰ কৰি থাকিব লগা হৈছে বুলি উল্লেখ কৰি ঠাকুৰীয়াই কয় “বানপানীৰ ক্ষেত্ৰত কেন্দ্ৰ ওচৰত ৰাজ্য চৰকাৰে দাবী কৰিব পৰা নাই সাহায্য বিচাৰি। লগতে কোনো পুঁজি আনিব পৰা বন্যাৰ্তক সহায় কৰা বাবে। ইয়াতকৈ আৰু দুখৰ কথা কি হ’ব পাৰে।”

ইপিনে বানপানীত ক্ষতি গ্ৰস্ত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ গুৱাহাটী ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্যে মুকলি কৰিছে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd