• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰসিদ্ধ অসমীয়া সংগীত শিল্পী ভূপেন উজীৰৰ ৭০ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 7:56 am
1.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰসিদ্ধ সংগীত শিল্পী, সংগীত পৰিচালক, আৰু শব্দ অভিযন্তা ভূপেন উজীৰে মঙলবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।

গায়িকা পত্নী শান্তা উজীৰৰ সৈতে অসমৰ সংগীত জগতৰ ক্ষেত্ৰখনত এক অতি পৰিচিত নাম উজীৰে হৃদৰোগত আক্ৰান্ত হৈ নিশা প্ৰায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

কেইবামাহো ধৰি বৃক্ক আৰু যকৃতৰ ৰোগৰ সমস্যাৰ সৈতে যুঁজি ১ জানুৱাৰীৰ পৰা নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল সংগীতজ্ঞগৰাকী।

উজীৰৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল তেওঁৰ গৃহ চহৰ যোৰহাটত। তেওঁ ১৯৫৩ চনৰ ৫ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল।

তেওঁ কেৱল সংগীত পৰিচালক হিচাপেই নহয়, “দেবী”, “প্ৰতিদান”, “জীৱন সুৰভি”, “পিতা পুত্ৰ”, “পূজা”, “উৰ্বশী” , “মা কামাখ্যা”, “জখম আৰু “সত্যম শিৱম সুন্দৰম”, আদি ২০খনতকৈও অধিক ছবিত সুৰকাৰ হিচাপেও খ্যাতি অৰ্জন কৰিছিল। কিন্তু শব্দ অভিযন্তা হিচাপে পত্নী শান্তা উজীৰৰ সৈতে তেওঁ আছিল অসমৰ সংগীত ক্ষেত্ৰখনৰ এক অতি সুপৰিচিত নাম।

উজীৰৰ মৃত্যুত অসমীয়া সংগীত সমাজ আৰু সাংস্কৃতিক জগতৰ বাবে এক গভীৰ ক্ষতি। মৃত্যুৰ সময়ত তেওঁ পত্নী শান্তা উজীৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায়। 

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd