• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনাক্ত হ’ল মেঘালয়ৰ কয়লা খনিত উদ্ধাৰ হোৱা খনি শ্ৰমিকৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 7:41 pm
24-01-19 Meghalaya- one unidentified body of trapped miner (1)
467
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ কয়লা খনিত উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহটো চিনাক্ত কৰা হৈছে। ২৪ জানুৱাৰি বৃহস্পতিবাৰে উদ্ধাৰ কৰা শ্ৰমিকজনৰ মৃতদেহটো চিৰাঙৰ আমীৰ হুছেইন বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।

এগৰাকী জ্যেষ্ঠ জিলা প্ৰশাসনৰ বিষয়াই কৈছে যে আজি ২৫ জানুৱাৰি শুকুৰবাৰে মৃত শ্ৰমিকজনৰ মাতৃ আৰু পত্নীয়ে তেওঁৰ মৃতদেহটো চিনাক্ত কৰে। প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰাৰ পাছত জিলা প্ৰশাসনে মৃতদেহটো চিৰাং জিলাত থকা শ্ৰমিকজনৰ ঘৰলৈ নিয়াৰ সমস্ত বন্দোবস্ত কৰে। বৰ্তমান উদ্ধাৰকাৰী দলে আবদ্ধ শ্ৰমিকসকলৰ মৃতদেহসমূহ উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি বিষয়াসকলে জনাইছে।

উল্লেখ্য যে বৃহস্পতিবাৰে এখন জল নিমজ্জিত দূৰ নিয়ন্ত্ৰিত যানৰ দ্বাৰা মৃতদেহটো উদ্ধাৰ কৰিছিল আৰু মেঘালয়ৰ খ্লিহৰিয়াট (Khliehriat) সমূহীয়া স্বাস্থ্যকেন্দ্ৰৰ শৱগৃহত ৰখা হৈছিল। তাৰ পাছত দণ্ডাধীশ, জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াৰ উপস্থিতিত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

ইয়াৰ পূৰ্বে মৃতদেহটো এবাৰ এই যানখনৰ পৰা পিচলি গৈছিল। যদিওবা এই মৃতদেহটোত পচন ধৰিছে তথাপি ই একেবাৰে ঠিকে ঠাকে আছে। মৃতদেহটো ১৭০ ফুট গভীৰতাৰ পৰা তুলি অনা হয়।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd