• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সাত দিনৰ ভিতৰত লুট কৰা মাৰণাস্ত্ৰ ঘূৰাই দিয়ক’- মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ পাছত ৰাজ্যপালৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 8:28 am
236
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত বলবৎ হৈছে ৰাষ্ট্ৰপতিৰ শাসন। ইফালে ৰাজ্যপাল অজয় ​​ভল্লাই লুণ্ঠন কৰা সকলো অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ৭ দিনৰ ভিতৰত ঘূৰাই দিব লাগিব বুলিও তেওঁ কয়। তেনে নকৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ছোৱাত থানাত অবৈধ অস্ত্ৰ-শস্ত্ৰ জমা দিয়াসকলৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলিও ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে।

ৰাষ্ট্ৰপতিৰ শাসনকালত মণিপুৰৰ দায়িত্ব চম্ভালি আছে ৰাজ্যপালগৰাকীয়ে। বৃহস্পতিবাৰে তেওঁ ৰাজ্যৰ সকলো সম্প্ৰদায়ক বাৰ্তা প্ৰদান কৰে। এক বিবৃতিত ৰাজ্যপালগৰাকীয়ে লিখিছে, “মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিব লাগিব। এনে ব্যৱস্থা কৰিব লাগিব যাতে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। ইয়াৰ বাবে সকলো সম্প্ৰদায় আগবাঢ়ি আহিব লাগিব। শত্ৰুতা ৰাখিলে নহ’ব। শান্তি বজাই ৰাখিব লাগিব।”

ৰাজ্যপালগৰাকীয়ে আৰু কয়, “২০ মাহতকৈ অধিক সময় ধৰি মণিপুৰৰ জনসাধাৰণে অস্থিৰ পৰিস্থিতিত কটাবলগীয়া হৈছে। মানুহৰ জীৱন কঠিন হৈ পৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হৈছে। সকলো সম্প্ৰদায়ৰ লোকক স্বেচ্ছাই আগবাঢ়ি আহি ওচৰৰ আৰক্ষী থানাত অবৈধ অস্ত্ৰ জমা দিবলৈ অনুৰোধ জনালোঁ। আগন্তুক সাত দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰক। বৃহস্পতিবাৰৰ পৰা ৭ দিন গণনা কৰা হ’ব। আপোনাৰ পদক্ষেপ মণিপুৰত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হ‘ব।”

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd