• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 4:38 pm
106
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ এক প্ৰতিস্থিত সংবাদ সংস্থা ৰয়টাৰৰ মুখ্য ‘এক্স’ একাউণ্ট বৰ্তমান ভাৰতত ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ নহয়। প্লেটফৰ্মটোৰ এটা বাৰ্তাত উল্লেখ কৰা অনুসৰি এটা “আইনী দাবী”ৰ বাবে ভাৰতত সংবাদ গোষ্ঠীটোৰ এক্স একউণ্ট বন্ধ কৰি ৰখা হৈছে। 

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰত চৰকাৰে স্পষ্টকৈ কয় যে, ৰয়টাৰৰ একাউণ্ট ব্লকৰ বাবে তেওঁলোকে কোনো নিৰ্দেশ প্ৰদান কৰা নাছিল। চৰকাৰৰ এগৰাকী মুখপাত্ৰই সদৰী কৰা অনুসৰি ভাৰত চৰকাৰে ৰয়টাৰৰ একাউণ্ট ব্লকৰ প্ৰয়োজন বোধ কৰা নাই, আৰু এই সমস্যাৰ সমাধানৰ বাবে আমি প্লেটফৰ্ম ‘এক্স’-ৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছে।

প্ৰাপ্ত তথ্যানুসৰি, এই কাৰ্য্য এটা পুৰণি অনুৰোধৰ সৈতে জড়িত হ’ব পাৰে, যিটো বৰ্তমান অৱসান হোৱাৰ পিছতো প্রযুক্তিগতভাৱে কাৰ্যকৰী হৈ পৰিছে। চৰকাৰে এই ঘটনাৰ বাবে ‘এক্স’ক স্পষ্টীকৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ লগতে, ৰয়টাৰৰ একাউণ্ট পুনৰুদ্ধাৰ কৰাৰ অনুৰোধ জনাইছে বুলি জানিবিলৈ দিয়ে।

উল্লেখযোগ্য যে, ‘অপাৰেছন সিন্দুৰ’ নামৰ এটা দমনমূলক অভিযান চলি থকাৰ সময়তে বহু ছ’চিয়েল মিডিয়া একাউণ্ট ব্লক কৰাৰ অনুৰোধ জনোৱা হৈছিল, যদিও সেই সময়ত ৰয়টাৰৰ একাউণ্টৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল।

এই মুহূর্তত ভাৰতত ৰয়টাৰৰ মুখ্য দুটা অফিচিয়েল একাউণ্ট ব্লক হৈ আছে, যদিও ৰয়টাৰ টেক নিউজ আৰু ৰয়টাৰ ফেক্ট-চেকৰ দৰে একাউণ্টসমূহ সাৱলীলভাৱে ব্যৱহাৰযোগ্য হৈ আছে। ব্ৰিটেইনত অৱস্থিত ৰয়টাৰ সংবাদ সংস্থাটোৱে এই সন্দৰ্ভত এতিয়ালৈকে কোনো ৰাজহুৱা মন্তব্য প্ৰকাশ কৰা নাই।

ইফালে ‘এক্স’ প্লেটফৰ্মে কয় যে, স্থানীয় আইন, আদালতৰ আদেশ বা চৰকাৰী আইনী দাবীৰ বাবে কেতিয়াবা একাউণ্ট বা নিৰ্দিষ্ট সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd