• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আৰ জি কৰ প্ৰতিবাদ : কলকাতাৰ এখনৰ পিছত আন এখন পূজা কমিটীয়ে ঘূৰাই দিছে চৰকাৰী অনুদান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 16, 2024 9:36 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত কলকাতাৰ আন এখন পূজা সমিতিয়ে দুৰ্গা পূজাৰ বাবে চৰকাৰে দিয়া ৮৫ হাজাৰ টকাৰ অনুদান নাকচ কৰে। ৰাজ্য চৰকাৰে দিয়া ৮৫ হাজাৰ টকা নোলোৱাৰ সিদ্ধান্ত লৈছে সন্তোষপুৰৰ মহিলা মজলিছে।

যাদৱপুৰ সন্তোষপুৰৰ এই ক্লাবটো মহিলাৰ দ্বাৰা পৰিচালিত। সোমবাৰে পূজা সমিতিৰ সম্পাদক কৃষ্ণ গুহই এটা সংবাদ মাধ্যমত এই অনুদান প্ৰত্যাখ্যান সন্দৰ্ভত কয় যে, “আৰ জি কৰ হাস্পতালত যুৱ চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাৰ পিছৰে পৰা আমাৰ কোনো এজনৰ মেজাজ ভাল নহয়। লগতে ৰাজ্যৰ এই বেয়া অৱস্থাত পূজা কৰিব পৰা মানসিক অৱস্থা আমাৰ নাই।

উল্লেখযোগ্য যে দক্ষিণ কলকাতাৰ আন এখন পূজা সমিতিয়ে শনিবাৰে চৰকাৰী অনুদান নাকচ কৰে। বেহালাৰ অক্ষয় পাল ৰোডৰ মধ্যপাৰা আবহানী ক্লাবে নাকচ কৰিলে ৰাজ্য চৰকাৰৰ পৰা ৮৫ হাজাৰ টকা। পূজা আয়োজকসকলৰ মতে, ধৰ্ষিতাই ন্যায় পালে অহা বছৰ পুনৰ মহোৎসৱ অনুষ্ঠিত হ’ব। আনহাতে দেওবাৰে পানীহাটী সোদপুৰ অঞ্চলৰ বোধিকানন ক্লাৱ পূজা সমিতিয়েও দুৰ্গা ভাণ্ডাৰৰ বাবে ৮৫ হাজাৰ টকাৰ অনুদান গ্ৰহণ নকৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰিও নেতাজিনগৰ বস্তুহাৰা সমিতিয়ে পূজাৰ বাবে অনুদান গ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে। বেহালাৰ সাবেদা বাগান ক্লাবও অন-দানৰ তালিকাত আছে। ইয়াৰ উপৰিও পূজাৰ অনুদান নাকচ কৰিছে – উত্তৰপাৰা বৌথান সংঘ, উত্তৰপাৰা শক্তি সংঘ, আপোনাৰ দুৰ্গা পূজা, কন্নগৰৰ মাষ্টাৰপাৰা ইউনিভাৰ্চেল দুৰ্গোৎসৱ কমিটি, জয়নগৰ মজিলপুৰ পৌৰসভাৰ ৭ আৰু ১৪ নং ৱাৰ্ডৰ তৰকেশ্বৰৰ আন এটা ক্লাব, কৃষ্ণপুৰ সংন্যাসিতলা মহিলা দুৰ্গোৎসৱ মুৰ্ছিদাবাদৰ কমিটি আৰু কলকাতাৰ মুদিয়ালি ইষ্ট মিডনাপুৰ আৰু পশ্চিম মিডনাপুৰৰ কেইটামান ক্লাবও এই তালিকাত আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd