• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোহিত শৰ্মাৰ বিৰাট বন্দনা! ‘পৰিস্থিতি অনুযায়ী খেলিব বিৰাটে, সেইটোৱেইটো বিচাৰো…‘

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 1:24 pm
4.2k
VIEWS
Share on FacebookShare on Twitter

ইডেন গাৰ্ডেনছ আৰু বিৰাট কোহলী। এদিনীয়া ক্ৰিকেটত শতকৰ ব্যৱধান ১৪ বছৰ। বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম শতকটো আহিছিল এই ইডেন গাৰ্ডেনতে। ২০০৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এদিনীয়াত শতক অৰ্জন কৰিছিল। সেই ইডেনতে আহিল অভিলেখ সৃষ্টিকাৰী ৪৯ সংখ্যক এদিনীয়া শতক।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাটে খেলিলে ১২১ বলত ১০১ ৰানৰ অপৰাজিত ইনিংছ। তেওঁ এটা ডাঙৰ শতক কৰিলে যদিও ইনিংছত এটাও ছয় মৰা নাই! কিছু আচৰিত। অধিনায়ক ৰোহিত শৰ্মা অৱশ্যে আচৰিত হোৱা নাই। বৰঞ্চ এইটোৱেই দলৰ আশা। চেঞ্চুৰিয়ান কোহলীৰ বিষয়ে সেই ব্যাখ্যাই দিলে ৰোহিতে।

টছত জয়ী হৈ ৰোহিতে বেটিং কৰিবলৈ লয়। তেওঁ খেলপথাৰত নামিয়েই বিধ্বংসী আৰম্ভণি কৰে। অ’পেনাৰ দুজন ঘূৰি অহাৰ লগে লগে বিৰাটে ইনিংছৰ গুৰি ধৰে। আৰম্ভণিৰ পৰা শেষলৈকে ক্ৰীজত থাকি গঢ়ে চেঞ্চুৰীৰ ইনিংছ। বাকীসকলৰ সহায়ত ভাৰতে ৩২৬ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে।

ৰোহিতে কয়, ‘যোৱা তিনিখন মেচৰ কথা ভাবি চাওকচোন, আমাৰ খেলৰ শৈলী সলনি হৈছে৷ এই মেচত বিৰাটে পৰিস্থিতি অনুযায়ী খেলাৰ প্ৰয়োজন আছিল। আমাৰ বলিঙৰ ওপৰত চকু আছিল, বলাৰসকলে সঠিক ঠাইত বল পেলাওক। বাকীখিনি পিটচৰ সহযোগিতা।

মাষ্টাৰ ব্লাষ্টাৰ শচীনৰ কেৰিয়াৰৰ ৪৯ সংখ্যক শতকৰ অভিলেখ স্পৰ্শ কৰিছে বিৰাট কোহলীয়ে। কিং কোহলীলৈ শুভেচ্ছাৰে বৰ্ষণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিৰাট কোহলীক অভিনন্দন জনায়। যাৰ অভিলেখ ভংগ কৰিছে সেই অভিলেখকাৰী কিংবদন্তি শচীনেও প্ৰশংসাৰ উপচাই দিছে কোহলীক।

এই বিশ্বকাপ বিৰাটৰ। তেওঁক কেন্দ্ৰ কৰিয়েই যেন খেলি আছে বাকী দলটোৱে। ইডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাটৰ সৈতে শ্ৰেয়াছ, সূৰ্য, জাডেজাই এক সফল যুটী বান্ধে। মিডল অৰ্ডাৰৰ প্ৰদৰ্শনত আপ্লুত ৰোহিত শৰ্মা।পুনৰ বলিং আক্ৰমণৰ প্ৰশংসা কৰিবলৈ যেন শব্দই বিচাৰি নাপালে অধিনায়কে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd