• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এডভেন্সাৰ বঁটাৰ বাবে নিৰ্বাচিত নৰেন্দ্ৰ সিঙৰ এভাৰেষ্ট জয়ৰ নাটক ভুৱা! সতীৰ্থই কৰিলে গোঁমৰফাঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 2:12 pm
narender-yadav-696x364
824
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ সৰ্ব্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰাৰ বাবে ভাৰত চৰকাৰৰ যুৱ কল্যাণ তথা ক্ৰীড়া দপ্তৰে আগবঢ়াই অহা টেনজিং নৰ্গে ৰাষ্ট্ৰীয় এডভেন্সাৰ বঁটাৰ বাবে এইবাৰ নিৰ্বাচন কৰা হৈছে পৰ্বতাৰোহী নৰেন্দ্ৰ সিঙক।

হাৰিয়ানাৰ এই গৰাকী পৰ্বতাৰোহীয়ে ২০১৬ চনতে হিমালয়ৰ মাউণ্ট এভাৰেষ্টৰ শিখৰ স্পৰ্শ কৰি অহা বুলি দাবী কৰি আহিছে যদিও পৰ্বতাৰোহী গৰাকীৰ মিথ্যাচাৰৰ কথা পোহৰলৈ অহাৰ পিছতেই সৰৱ হৈ উঠিছে হিমালয় অভিযানৰ সেই যাত্ৰাত নৰেন্দ্ৰ সিঙক সংগ দিয়া সতীৰ্থ একাংশ।

নৰেন্দ্ৰ সিঙৰ হিমালয় অভিযানৰ সতীৰ্থ নৱ কুমাৰ ফুকনে কয় যে নৰেন্দ্ৰ সিঙে কেতিয়াও এভাৰেষ্ট জয়েই কৰা নাছিল।

২০১৬ চনৰ ১৯ মে’ৰ দিনা তেওঁলোকৰ দলটো হিমালয়ৰ ৪ নং কেম্পত আছিল।

সেই দিনা পুৱাই নৰেন্দ্ৰ সিঙৰ ছেৰ্পাই সিঙক জনাইছিল যে এভাৰেষ্টলৈ যোৱাৰ বাবে সিং আৰু আন এগৰাকী পৰ্বতাৰোহী সীমা গোস্বামীৰ বাবে অক্সিজেন কম হ’ব।

ছেৰ্পাৰ কথা শুনি খঙত অগ্নি শৰ্মা হোৱা নৰেন্দ্ৰ সিঙে অক্সিজেন কম থাকিলেও এভাৰেষ্টলৈ যোৱাৰ বাবে সাজু হৈছিল যদিও পিছত বিপদৰ আশংকা কৰি তেওঁ আৰু সীমা গোস্বামীয়ে শিবিৰতে ৰৈ গৈছিল।

এভাৰেষ্ট জয় নকৰাকৈয়ে ভুৱা ফটো দাখিল কৰি নৰেন্দ্ৰ সিঙে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় এডভেন্সাৰ বঁটা ল’বলৈ ওলোৱা কথাত সেয়ে স্তম্ভিত হৈ পৰিছে সতীৰ্থ ফুকন।

তেওঁ সমগ্ৰ ঘটনা বৰ্ণনা কৰি ভাৰত চৰকাৰৰ যুৱ কল্যাণ তথা ক্ৰীড়া দপ্তৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য ২৯ আগষ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰিব।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd