• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫৯ বছৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 1:46 pm
WhatsApp Image 2020-12-20 at 12.57.37 PM

ক্ৰিষ্টিয়ানো ৰ'নাল্ডো।

316
VIEWS
Share on FacebookShare on Twitter

জুভেন্টাছৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে চিৰি-এৰ আওতে পাৰ্মাৰৰ বিৰুদ্ধে দুটা গল কৰি ৫৯ বছৰৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে।

চলিত কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৩৩টা গল কৰি এই কৃতিত্বৰ অধিকাৰী হৈছে পৰ্তুগালৰ তাৰকাগৰাকীয়ে।

ইটালিয়ান লীগৰ ইতিহাসত এটা কেলেণ্ডাৰ বৰ্ষত এয়া যুগ্মভাৱে তৃতীয় সৰ্বোচ্চ গলৰ সংখ্যা।

ৰোনাল্ডোৰ ৫৯বছৰ পূৰ্বে এটা কেলেণ্ডাৰ বৰ্ষত ৩৩টা গল কৰাৰ অভিলেখ গঢ়িছিল আৰ্জেন্টিনাৰ ফৰ’ৱাৰ্ড ওমাৰ চিভ’ৰিয়ে।

তেওঁ ১৯৬১চনত এটা বৰ্ষত ইমান সংখ্যক গল কৰিছিল। ৰোনাল্ডোকে ধৰি এতিয়ালৈকে চাৰিগৰাকীয়ে এই কৃতিত্বৰ অধিকাৰী হৈছে।

এইক্ষেত্ৰত সৰ্বাধিক ৪১টা গল কৰি সকলোৰে ওপৰত আছে ফেলিছ বোৰেল। তেওঁ ১৯৩৩চনত এই অভিলেখ গঢ়িছিল।

ইয়াৰ বাহিৰে গানাৰ নৰ্ডালে ১৯৫০চনত ৩৬টা গল কৰিছিল।

Recent News

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

অপসাৰণ অনিবাৰ্য! নগদ ধনৰ গোচৰত অভিযুক্ত ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd