• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চনু নিগমৰ ঘৰৰ পৰা চুৰি হ’ল ৭২ লাখ টকা; চিচিটিভিত ধৰা পৰিল চোৰ

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
March 23, 2023 8:39 pm
চনু নিগম।

চনু নিগম।

262
VIEWS
Share on FacebookShare on Twitter

গায়ক চনু নিগমৰ মুম্বাইৰ বাসগৃহৰ পৰা ৭২ লাখ টকা চুৰি হৈছে। বাতৰি অনুসৰি, ১৯-২০ মাৰ্চৰ মাজনিশা চুৰিকাণ্ডটো সংঘটিত হৈছিল।

চনু নিগমৰ দেউতাক মুম্বাইৰ পশ্চিমে আন্ধেৰীৰ ওচিয়াৰাত বাস কৰে। চনু নিগমৰ ভগ্নী নিকিতাই বুধবাৰে ওচিয়াৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক: গুলাম নবী আজাদৰ দাবী: হিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ‘ভুল পৰিচালনা’ আছিল; ছোনিয়া আছিল নিমাত!

অভিযোগত নিকিতাই কৈছিল যে ৰেহান নামৰ এজন ল’ৰাক গাড়ীচালক হিচাপে নিযুক্ত আছিল। তেওঁ প্ৰায় আঠ মাহ কাম কৰিছিল। কিন্তু তেওঁৰ কামত সন্তুষ্ট নোহোৱাত তেওঁক বৰ্খাস্ত কৰা হৈছিল।

দেওবাৰে চনুৰ পিতৃয়ে দুপৰীয়াৰ আহাৰৰ বাবে ভাৰ্ছোভাৰ ঘৰলৈ গৈছিল। তাৰ পৰা তেওঁ ওচিয়াৰাৰ এপাৰ্টমেণ্টলৈ ঘূৰি আহে। সন্ধিয়া চনুৰ পিতৃয়ে তেওঁৰ কন্যাক ফোন কৰিছিল আৰু তাইক কৈছিল যে আলমাৰীৰ পৰা ৪০ লাখ টকা নাই। পিছদিনা আন ৩২ লাখ টকা নাইকিয়া হৈছিল।

চনুৰ পৰিয়ালে দাবী কৰিছে যে চিচিটিভি ফুটেজত দেখা গৈছে যে চালক ৰেহানে চনু নিগমৰ ঘৰত এটা মোনা লৈ প্ৰৱেশ কৰিছিল। তেওঁক পুনৰ বেগটো লৈ বাহিৰলৈ যোৱা দেখা গৈছিল।

লগতে পঢ়ক: কালৰো কাল বিপৰীত কাল! ৰাস্তাৰ কুকুৰৰ ভয়ত গাওঁ এৰি পলাল সিংহ; ভিডিঅ’ ভাইৰেল

চনুৰ পৰিয়ালে দাবী কৰিছে যে ৰেহানে এটা ডুপ্লিকেট চাবি লৈ ঘৰত প্ৰৱেশ কৰিছিল। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। 

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd