• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় মুদ্ৰাৰ মূল্য! ডলাৰৰ হিচাপত কিমান কমিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2024 2:25 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশ এতিয়া উৎসৱত মতলীয়া। কিন্তু উৎসৱৰ মাজতে অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। ফলত উৎসৱৰ দিনটোতে ভাৰতীয়ৰ আনন্দৰ ম্লান হৈ পৰিল। বৃহস্পতিবাৰে দীপাৱলীৰ দিনা ভাৰতীয় মুদ্ৰাৰ (ভাৰতীয় টকা) মূল্য অভিলেখ হাৰত হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এই অভিলেখ পতনৰ ফলত ডলাৰৰ মূল্য ৮৪.০৯২৫ টকালৈ বৃদ্ধি পালে।

উল্লেখ্য যে আগতেও এবাৰ ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ বিপৰীতে ৮৪.০৯০০ টকালৈ হ্ৰাস পাইছিল। এইটোৱেই আছিল আটাইতকৈ বেছি পতন। কিন্তু হঠাৎ টকাৰ দাম কমি যোৱাৰ কাৰণ কি? শ্বেয়াৰ বজাৰত ধাৰাবাহিকভাৱে দুৰ্বল ফলাফলৰ বাবে প্ৰধানকৈ ভাৰতীয় মূল্যৰ হ্ৰাসক দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। তদুপৰি, ৫ নৱেম্বৰত আমেৰিকাৰ নিৰ্বাচন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এই ভোটগ্ৰহণ পৰ্যায়ৰ লগে লগে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ প্ৰভাৱৰ বাবেও এইদৰে টকাৰ পতন হোৱা বুলি ধাৰণা কৰা হয়। এই পৰিস্থিতিত বিশেষজ্ঞসকলে দাবী কৰিছে যে যদিহে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে পুনৰ আমেৰিকাৰ শাসন দখল কৰে তেন্তে আমেৰিকান ডলাৰ শক্তিশালী হ’ব পাৰে।

লগতে পঢ়কঃ বিশিষ্ট অৰ্থনীতিবিদ, প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি

ভৱিষ্যতে এছিয়া মহাদেশৰ দেশসমূহতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব। সেয়ে, আগন্তুক দিনত ডলাৰৰ দাম বৃদ্ধি হোৱাৰ লগে লগে এই দেশবোৰৰ টকাৰ মূল্যও হ্ৰাস পাবলৈ আৰম্ভ কৰিব। আনহাতে, বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা আঁতৰি গৈছে। কিন্তু অক্টোবৰ মাহতে দেশৰ শ্বেয়াৰ বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে ১ বিলিয়ন ডলাৰ উলিয়াই নিছে।

ইয়াৰে এক বৃহৎ অংশই চীনৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আগন্তুক দিনত যদি এই পৰিস্থিতিৰ পৰিবৰ্তন নহয়, তেন্তে টকাৰ মূল্যৰ উন্নতি সম্ভৱ নহয়। কিন্তু শ্বেয়াৰ বজাৰৰ এজন বিনিয়োগকাৰীৰ মতে যোৱা কেইটামান ছেছনৰ পৰা টকাৰ মূল্য অবিৰতভাৱে হ্ৰাস পাবলৈ ধৰিছে।

লগতে পঢ়কঃ নিচাৰ বাবে টকা লাগে! ১৯ জন যুৱকৰ সৈতে দৈহিক সম্পৰ্ক এক কিশোৰীৰ; এইডছত আক্ৰান্ত সকলোৱে

অৱশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই হ্ৰাস ৰোধৰ বাবে কিছু ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কাৰণ তেওঁলোকে কেতিয়াও টকাৰ দামৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব নিবিচাৰে। জানি থোৱা ভাল যে এছিয়াৰ আন দেশৰ তুলনাত ডলাৰৰ ক্ষেত্ৰত ভাৰতীয় টকাই ভাল প্ৰদৰ্শন কৰিছে। প্রতিবেদন অনুসৰি যোৱা এমাহত আন দেশৰ টকাৰ তুলনাত ভাৰতীয় টকাৰ পতন তুলনামূলকভাৱে কম হৈছে৷ 

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd