• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 12:22 pm
119
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাছিয়া নিয়ন্ত্ৰিত খেৰচন অঞ্চলৰ কাখোভকা জলবিদ্যুৎ প্ৰকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত হিমাৰ্ছ মিছাইলেৰে আক্ৰমণ চলাইছে। জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট মিছাইলৰ আঘাতত ধ্বংস হৈছে।

খেৰচনৰ জৰুৰীকালীন সেৱাৰ উদ্ধৃতি দি বিভিন্ন সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰিছে। খেৰচন অঞ্চলৰ এজন বিষয়াই জনায় যে জলবিদ্যুৎ প্ৰকল্পটো ছয়টা মিছাইলেৰে আক্ৰমণ কৰা হৈছিল যাৰ ভিতৰত পাঁচটা মিছাইল ৰাছিয়াৰ মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে ধ্বংস কৰিছে।

লগতে পঢ়ক: ভুলবশতঃ লোৱা হৈছিল সিদ্ধান্ত! টুইটাৰে পুনৰ চাকৰিলৈ মাতি পঠিয়াছে বহু কৰ্মচাৰীক

স্থানীয় কৰ্তৃপক্ষই এক বিবৃতিত কয় যে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে এই জলবিদ্যুৎ প্ৰকল্পটো ধ্বংস কৰাৰ বাবে কোনো প্ৰয়াস এৰা নাই আৰু এতিয়াও সেই প্ৰচেষ্টা অব্যাহত আছে।

স্থানীয় কৰ্তৃপক্ষই পিছত জনাইছে যে ইউক্ৰেইনৰ ক্ষেপণাস্ত্ৰসমূহে জলবিদ্যুৎ প্ৰকল্পৰ কোনো ডাঙৰ ক্ষতি কৰাত ব্যৰ্থ হৈছে।

লগতে পঢ়ক: সাজু জুকাৰবাৰ্গ! টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই!

শেহতীয়া কেইসপ্তাহত মস্কোৱে অভিযোগ কৰি আহিছিল যে ইউক্ৰেইনে ডাইনেপিৰ নদীৰ পাৰত থকা কাখোভকা জলবিদ্যুৎ প্ৰকল্পত আক্ৰমণ কৰাৰ চেষ্টা চলাই আছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd