• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ষান্ত নহয় পুটিন! ৫১ দিনৰ পাছত কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; ইউক্ৰেইনৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 4:57 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1.4k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি দেশৰ বিভিন্ন চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। ইয়াৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু হয়।

কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বীগৰাকীয়ে কয় যে ৫১ দিনৰ ভিতৰত ইউক্ৰেইনৰ ৰাজধানীত এইটো আছিল ৰাছিয়াৰ প্ৰথমটো ক্ষেপণাস্ত্ৰ আক্ৰমণ।

ইউক্ৰেইনৰ বিষয়াসকলে জনোৱা মতে, মধ্য চহৰ উমানৰ কেইবাটাও আৱাসিক অট্টালিকাত ক্ষেপণাস্ত্ৰৰে আঘাত কৰা হৈছে। তাত ৬ জন লোকৰ মৃত্যু হয়। আহত ৯ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মে’ত; পৰৱৰ্তী এনে বিৰল মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব ১৯ বছৰ

আনহাতে, কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত অসামৰিক লোকৰ মৃত্যুৰ তাৎক্ষণিক খবৰ পোৱা হোৱা নাই।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনৰ চহৰসমূহত ৰাছিয়াই কৰা আক্ৰমণ শান্তিৰ সকলো পদক্ষেপৰ প্ৰতি মস্কোৰ প্ৰত্যুত্তৰ।

টেলিগ্ৰামৰ এটা পোষ্টত ইউক্ৰেইনৰ বিষয়াসকলে কয় যে নিক্ষেপ কৰা ২৩টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ২১টা ক্ষেপণাস্ত্ৰ ভূপতিত কৰা হৈছে। ইয়াৰ উপৰিও ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই দুখন ড্ৰ’ন ভূপতিত কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: ৰোমহৰ্ষক… প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ!

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাছিয়াৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণত দুবছৰীয়া শিশুকে ধৰি শুই থকা নিৰীহ লোকৰ মৃত্যু হৈছে। শান্তিৰ সকলো পদক্ষেপৰ প্ৰতি এয়া আছিল ৰাছিয়াৰ প্ৰতিক্ৰিয়া।

ইউক্ৰেইনৰ মন্ত্ৰালয়ে লগতে কয় যে শান্তিৰ পথ হ’ল ইউক্ৰেইনৰ পৰা ৰাছিয়াক উলিয়াই দিয়া, শান্তিৰ পথ হ’ল ইউক্ৰেইনক এফ-১৬ যুঁজাৰু বিমানৰ সহায় আগবঢ়োৱা।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd