• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোমহৰ্ষক… প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 2:55 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাইনাইড বিষ দি ১২ জন বন্ধুক হত্যা কৰাৰ অভিযোগ! থাইলেণ্ডৰ এগৰাকী গৰ্ভৱতী মহিলাৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ। আৰক্ষীয়ে জনোৱা মতে, নিহত আটাইকেইজনৰ বয়স ৩৩ৰ পৰা ৪৪ বছৰৰ ভিতৰত। ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ এপ্ৰিল মাহৰ ভিতৰত আটাইকেইজনৰ মৃত্যু হৈছিল।

এই ৰোমহৰ্ষক ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। অভিযুক্ত থাই মহিলাগৰাকী গৰ্ভৱতী। নাম ৰংছিউ থাপৰ্ণ। বয়স ৩২ বছৰ। তেওঁৰ বিৰুদ্ধে চাইনাইড বিষ ব্যৱহাৰ কৰি ১২ জন বন্ধুক হত্যা কৰাৰ অভিযোগ। ইয়াৰে এজন আছিল তেওঁৰ প্ৰেমিক।

যোৱা মঙলবাৰেও হত্যা কৰিছিল এজন বন্ধুক। তাৰ পাছত ঘটনাৰ তদন্ত আৰম্ভ হ’ল। তদন্ত আৰম্ভ কৰাৰ পিছতে বেংককত গ্ৰেপ্তাৰ কৰে অভিযুক্ত থাই মহিলাগৰাকীক।

Apply Now

চলিত মাহৰ আৰম্ভণিতে গৰ্ভৱতী মহিলাগৰাকীয়ে নিজৰ  প্ৰেমিক বন্ধু ছিৰিপৰ্ণ খানোঙক একে ধৰণে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ছিৰিপৰ্ণ খানঙৰ মৃত্যুৰ পিছতহে তেওঁ সন্দেহৰ আৱৰ্তত আহিছিল।

১৪ এপ্ৰিলত ৰংছিউ থাপাৰ্ণ আৰু ছিৰিপাৰ্ণ খানং থাইলেণ্ডৰ ৰাটচাবুৰী প্ৰদেশলৈ ভ্ৰমণলৈ গৈছিল। তাত তেওঁলোকে এখন নদীৰ পাৰত বৌদ্ধ ধৰ্মৰ সুৰক্ষা অনুষ্ঠানত অংশ লৈছিল। তাতেই নদীৰ পাৰত ৰংছিউ থাপৰ্ণৰ বন্ধু ছিৰিপৰ্ণ খানাৱঙক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ শৰীৰত চাইনাইড বিষক্ৰিয়া পোৱা গৈছে। হৃদযন্ত্ৰৰ বিকলতাকো মৃত্যুৰ কাৰণ হিচাপে দেখুওৱা হৈছে। আনকি চিৰিপৰ্ণ খানোঙক পোৱাৰ সময়তো তেওঁৰ হাতত ফোন, টকা, বেগ একো নাছিল। সকলো অন্তৰ্ধান হৈছিল। ইয়াৰ পিছত আৰক্ষীয়ে এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে নিশ্চিত কৰে যে ৰংছিউ থাপাৰ্নে প্ৰাক্তন প্ৰেমিককে ধৰি আন ১১ জন লোকক হত্যা কৰিছে। একে ধৰণেৰে সকলোকে হত্যা কৰে। আত্মীয়ই জনোৱা মতে তেওঁলোকৰ সকলো গহনা আৰু নগদ ধন লুটপাত কৰা হৈছে।

উল্লেখ্য যে মৃত্যুৰ কেইমাহমানৰ পিছত মৃতদেহত চাইনাইড ধৰা পৰিব পাৰে। এই চাইনাইড বিষে শৰীৰৰ অক্সিজেন কোষবোৰক উত্তেজিত কৰি তোলে, যাৰ ফলত হাৰ্ট এটেক হয়। চাইনাইড বিষক্ৰিয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল- মূৰ ঘূৰোৱা, উশাহ লোৱাত কষ্ট আৰু বমি হোৱা ইত্যাদি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd