• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফ্ৰান্সৰ পিছত এইবাৰ ৰাছিয়াত ‘আল্লা হু আকবৰ’ ধ্বনি দি আৰক্ষী থানাত আক্ৰমণ ইছলামিক সন্ত্ৰাসবাদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 9:52 am
a russia
510
VIEWS
Share on FacebookShare on Twitter

ইছলামিক সন্ত্ৰাসবাদীৰ কূটাঘাতে কঁপাই তোলা ফ্ৰান্সৰ পিছত এইবাৰ ৰাছিয়াত আৰম্ভ হৈ মৌলবাদীৰ কূটাঘাত।

ৰাছিয়াৰ মুছলমান লোক অধ্যুষিত তাতাৰস্তানৰ কুকমুৰ অঞ্চলত যোৱা নিশা এজন কিশোৰ সন্ত্ৰাসবাদীয়ে এখন আৰক্ষী থানাত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে।

স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ১৬ বছৰীয়া কিশোৰ জনে হাতত চোকা অস্ত্ৰ লৈ থানা খনৰ ভিতৰলৈ সোমাই যায় আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

ঘটনাৰ তাৎক্ষণিকতাত হতভম্ব হৈ পৰা আৰক্ষীয়ে মুহূৰ্ততে পৰিস্থিতি চম্ভালি লয় আৰু কিশোৰ সন্ত্ৰাসবাদী ঝনক গুলীয়াই নিধন কৰে।নিহত সন্ত্ৰাসবাদী জনক ভিটালি আন্তপভ বুলি চিনাক্ত কৰা হৈছে।

ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠান ইণ্টাৰফেক্সে  প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰমণকাৰী কিশোৰ জনে থানা খনত আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে ‘আল্লা হু আকবৰ’ বুলি ধ্বনি দিছিল আৰু আৰক্ষীকো কাফেৰ বুলি কৈছিল।

থানাত আক্ৰমণ চলোৱাৰ আগে আগে কিশোৰ জনে ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ প্ৰকাশ কৰি কৈছিল যে তেওঁ কাফে এখনত আক্ৰমণ চলাব।

কাফে সমূহত নাচ-গান কৰা হয় আৰু মদ বিক্ৰীও কৰা হয়। যি কথা ইছলামৰ পৰিপন্থী।কিন্তু কিশোৰ জনে কাফেত আক্ৰমণ চলোৱাৰ সলনি থানা খনতহে আক্ৰমণ সংঘটিত কৰে।

এই ঘটনাৰ পিছতে ৰাছিয়াৰ চৰকাৰ সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd