• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 9:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অম্বুবাচী মেলাৰ উপলক্ষে গুৱাহাটীত জনসাধাৰণৰ সুৰক্ষা আৰু সঠিক যাতায়ত ব্যৱস্থাপনাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰীৰ উপ-আয়ুক্তই (যাতায়ত)  ২২ জুনৰ পৰা ২৫ জুনলৈ কিছু বিশেষ পৰিবহণ বিধি জাৰি কৰিছে।

 মূল বিধিসমূহ:

  • অনুজ্ঞা পত্ৰ নথকা ফেৰী কামাখ্যা মন্দিৰ অভিমুখে চলাচল কৰিব নোৱাৰিব।
  • প্ৰতিদিনে সন্ধিয়া ৫ বজাৰ পৰা ১০ বজালৈ মন্দিৰলৈ ফেৰী চলাচল সম্পূৰ্ণ নিষিদ্ধ।
  • পাণ্ডু বন্দৰ পথ কেৱল জৰুৰীকালীন বাহনৰ বাবে খোলা থাকিব (এম্বুলেন্স, অগ্নিনিৰ্বাপক ইঞ্জিন, স্কুল বাছ আদি)।
  • তীৰ্থযাত্ৰীৰ ড্ৰপ-অফ পইণ্ট নিধাৰণ কৰা হৈছে:
    ▸ জালুকবাৰী দিশৰ পৰা অহা বাহনৰ বাবে – এন এফ ৰেলৱে মুখ্য কাৰ্যালয়ৰ গেট নং ৩
    ▸ ভৰলুমুখ দিশৰ পৰা অহা বাহনৰ বাবে – গেট নং ৪

বাছ চলাচল সংক্রান্ত:

  • সকল বাছ (এ এস টি চি, চিটি বাছ) জালুকবাৰী–মাচখোৱা পথৰ নীলাচল উৰণীয়া সেতু ব্যৱহাৰ কৰিব লাগিব।
  • চাৰ্ভিচ লেনত বাছ চলাচল নিষিদ্ধ।
  • নীলাচল উৰণীয়া সেতুৰ মুখত যাত্ৰী নমাব নোৱাৰিব।

তীৰ্থযাত্ৰীৰ বাবে পাৰ্কিং এলেকা:

  • আদাবাৰী বাছ ষ্টেণ্ড
  • বৰিপাৰা ফিল্ড
  • এ এস টি চি মাচখোৱা
  • সোণাৰাম হাইস্কুল ফিল্ড

নীলাচল উৰণীয়া সেতুৰ তলৰ অঞ্চলটো সম্পূৰ্ণৰূপে ‘ন’ পাৰ্কিং জ’ন’ হিচাপে ঘোষণা কৰা হৈছে।

Apply Now

যিসমূহ পথত পাৰ্কিং নিষিদ্ধ:

  • পাণ্ডু বন্দৰ পথ (আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু বন্দৰলৈ)
  • বৰবজাৰ পথ (মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু বন্দৰলৈ)
  • ভৰলুমুখ লিফ্ট কৰিডৰ
  • ডি জি ৰোড (শান্তিপুৰৰ পৰা নীলাচল উৰণীয়া সেতু)
  • নীলাচল উৰণীয়া সেতু আৰু ইয়াৰ এপ্ৰ’চ ৰোডসমূহ

 বাণিজ্যিক বাহন:

  • ৰাতিপুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ তলত উল্লিখিত পথসমূহত মালবাহী বাহনৰ চলাচল নিষিদ্ধ:

▸ ডি জি ৰোড
▸ এম জি ৰোড
▸ এ টি ৰোড (জালুকবাৰী ৰটাৰীৰ পৰা মাচখোৱালৈ)
▸ পাণ্ডু বন্দৰ পথ
▸ বৰবজাৰ পথ

 বিমান যাত্ৰীৰ বাবে পৰামৰ্শ:

এল জি বি আই বিমানবন্দৰলৈ যাত্ৰীসকলক সময়মতে উপস্থিত হ’বলৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।

গুৱাহাটী যান-বাহন আৰক্ষী আৰু জিলা প্ৰশাসনে নাগৰিক তথা তীৰ্থযাত্ৰীৰ পৰা এই বিধিনিষেধসমূহ সামাজিক সুৰক্ষা, যানজঁট হ্ৰাস আৰু জৰুৰীকালীন সেৱাৰ সুবিধাৰ বাবে কঠোৰভাৱে পালন কৰিবলৈ অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd