• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকস্মিক ‘শান্তি’ৰ বাৰ্তা; ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিব বিচাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 10:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সাংবাদিকৰ আগত সদৰী কৰিছে যে, “ৰাছিয়া-ইউক্ৰেইন যুদ্ধ অতি সোনকালেই সমাপ্ত হ’ব।‘’ একে সময়তে তেওঁ দাবী কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াক সামৰিকভাৱে দুৰ্বল কৰিবলৈ ইউক্ৰেইনক ব্যৱহাৰ কৰি আছে।

পুটিনৰ মতে তেওঁ যিকোনো উপায়েৰে যুদ্ধ সমাপ্ত কৰিবলৈ ইচ্ছুক। কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ জেদৰ বাবেই যুদ্ধ বন্ধ কৰাৰ কোনো উপায় উলিয়াব পৰা হোৱা নাই। ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ সেনাই ডনবাছ অঞ্চলত আক্ৰমণ অব্যাহত ৰাখিছে।

লগতে পঢ়ক: চীনত বিএফ.৭-ৰ আতংক; দৈনিক ১০লাখ সংক্ৰমণ, ৫হাজাৰ মৃত্যু! প্ৰতিবেদনকলৈ চাঞ্চল্য

বছৰটোৰ শেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সাংবাদিকৰ মুখামুখি হৈছিল। ইয়াৰ ঠিক এদিন আগতে জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেওঁৰ কেইঘণ্টীয়া ভ্ৰমণ সম্পূৰ্ণ কৰিছিল। সেয়েহে সংবাদমেলৰ আৰম্ভণিৰ পৰাই পুটিনে একেসময়তে আমেৰিকা আৰু ইউক্ৰেইনক আক্ৰমণৰ লক্ষ্য কৰি লয়।

তেওঁ স্পষ্ট কৰি কয়, “আমাৰ লক্ষ্য হৈছে এই যুদ্ধ বন্ধ কৰা। আমি দীৰ্ঘদিন ধৰি এইটো চেষ্টা কৰি আছো। আমি যিমান সম্ভৱ সোনকালে এই যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰি আছো।‘’ যিকি নহওক, পুটিনৰ মন্তব্যত সামৰিক যুঁদ্ধ বন্ধ কৰি কূটনৈতিক আলোচনাৰ জৰিয়তে যুদ্ধৰ অৱসান ঘটোৱাৰ বিষয়টো উত্থাপিত হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “আমি যুদ্ধখন সোনকালে সমাপ্ত কৰিব বিচাৰো। কিন্তু আমাৰ প্ৰতিপক্ষই সেইটো নিবিচাৰে। তেওঁলোকে যিমান সোনকালে যুদ্ধ বন্ধ কৰাৰ গুৰুত্ব উপলব্ধি কৰিব, সিমানেই ভাল।‘’

লগতে পঢ়ক: কিছুমান দেশৰ নেতাৰ আমেৰিকা নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা লওক জেলেনস্কিয়ে: ইৰান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ প্ৰতিৰক্ষাৰ বাবে এটা বিশেষ পেকেজ ঘোষণা কৰিছে। পুটিনে এই বিষয়টোকলৈও পৃথকে সতৰ্ক কৰি দিছে। তেওঁৰ মতে, কিছুমান পক্ষই অপ্ৰয়োজনীয়ভাৱে যুদ্ধ অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আছে। কিন্তু এনেদৰে কোনো লাভ নহ’ব।

অৱশ্যে, মুখত যুদ্ধ বন্ধৰ কথা ক’লেও ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰাখিছে। নিৰন্তৰ আক্ৰমণ চলাই ইউক্ৰেইন দখল কৰিবলৈ বাধ্য হৈছে ভ্লাদিমিৰ পুটিন। বিশেষজ্ঞসকলে অনুমান কৰিছিল যে প্ৰায় দহ মাহৰ যুদ্ধৰ পিছত ৰাছিয়াই ইয়াৰ ৰণনীতি সলনি কৰিব আৰু বক্ৰপথেৰে আক্ৰমণ চলাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd