• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকস্মিক ‘শান্তি’ৰ বাৰ্তা; ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিব বিচাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 10:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সাংবাদিকৰ আগত সদৰী কৰিছে যে, “ৰাছিয়া-ইউক্ৰেইন যুদ্ধ অতি সোনকালেই সমাপ্ত হ’ব।‘’ একে সময়তে তেওঁ দাবী কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াক সামৰিকভাৱে দুৰ্বল কৰিবলৈ ইউক্ৰেইনক ব্যৱহাৰ কৰি আছে।

পুটিনৰ মতে তেওঁ যিকোনো উপায়েৰে যুদ্ধ সমাপ্ত কৰিবলৈ ইচ্ছুক। কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ জেদৰ বাবেই যুদ্ধ বন্ধ কৰাৰ কোনো উপায় উলিয়াব পৰা হোৱা নাই। ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ সেনাই ডনবাছ অঞ্চলত আক্ৰমণ অব্যাহত ৰাখিছে।

লগতে পঢ়ক: চীনত বিএফ.৭-ৰ আতংক; দৈনিক ১০লাখ সংক্ৰমণ, ৫হাজাৰ মৃত্যু! প্ৰতিবেদনকলৈ চাঞ্চল্য

Apply Now

বছৰটোৰ শেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সাংবাদিকৰ মুখামুখি হৈছিল। ইয়াৰ ঠিক এদিন আগতে জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেওঁৰ কেইঘণ্টীয়া ভ্ৰমণ সম্পূৰ্ণ কৰিছিল। সেয়েহে সংবাদমেলৰ আৰম্ভণিৰ পৰাই পুটিনে একেসময়তে আমেৰিকা আৰু ইউক্ৰেইনক আক্ৰমণৰ লক্ষ্য কৰি লয়।

তেওঁ স্পষ্ট কৰি কয়, “আমাৰ লক্ষ্য হৈছে এই যুদ্ধ বন্ধ কৰা। আমি দীৰ্ঘদিন ধৰি এইটো চেষ্টা কৰি আছো। আমি যিমান সম্ভৱ সোনকালে এই যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰি আছো।‘’ যিকি নহওক, পুটিনৰ মন্তব্যত সামৰিক যুঁদ্ধ বন্ধ কৰি কূটনৈতিক আলোচনাৰ জৰিয়তে যুদ্ধৰ অৱসান ঘটোৱাৰ বিষয়টো উত্থাপিত হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “আমি যুদ্ধখন সোনকালে সমাপ্ত কৰিব বিচাৰো। কিন্তু আমাৰ প্ৰতিপক্ষই সেইটো নিবিচাৰে। তেওঁলোকে যিমান সোনকালে যুদ্ধ বন্ধ কৰাৰ গুৰুত্ব উপলব্ধি কৰিব, সিমানেই ভাল।‘’

লগতে পঢ়ক: কিছুমান দেশৰ নেতাৰ আমেৰিকা নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা লওক জেলেনস্কিয়ে: ইৰান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ প্ৰতিৰক্ষাৰ বাবে এটা বিশেষ পেকেজ ঘোষণা কৰিছে। পুটিনে এই বিষয়টোকলৈও পৃথকে সতৰ্ক কৰি দিছে। তেওঁৰ মতে, কিছুমান পক্ষই অপ্ৰয়োজনীয়ভাৱে যুদ্ধ অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আছে। কিন্তু এনেদৰে কোনো লাভ নহ’ব।

অৱশ্যে, মুখত যুদ্ধ বন্ধৰ কথা ক’লেও ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰাখিছে। নিৰন্তৰ আক্ৰমণ চলাই ইউক্ৰেইন দখল কৰিবলৈ বাধ্য হৈছে ভ্লাদিমিৰ পুটিন। বিশেষজ্ঞসকলে অনুমান কৰিছিল যে প্ৰায় দহ মাহৰ যুদ্ধৰ পিছত ৰাছিয়াই ইয়াৰ ৰণনীতি সলনি কৰিব আৰু বক্ৰপথেৰে আক্ৰমণ চলাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd