DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিছুমান দেশৰ নেতাৰ আমেৰিকা নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা লওক জেলেনস্কিয়ে: ইৰান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 8:24 am
আমেৰিকান কংগ্ৰেছত ভাষণ দিয়াৰ সময়ত জেলেনস্কি।

আমেৰিকান কংগ্ৰেছত ভাষণ দিয়াৰ সময়ত জেলেনস্কি।

89
VIEWS
Share on FacebookShare on Twitter

Iran warns Zelensky ইৰানে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সতৰ্ক কৰি দিছে। জেলেনস্কিয়ে তেহৰাণৰ বিৰুদ্ধে যোৱা কেইমাহমান ধৰি ৰাছিয়ালৈ ড্ৰোন যোগান ধৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইৰাণে বাৰে বাৰে এই অভিযোগ অস্বীকাৰ কৰি কৈছে যে ৰাছিয়াক কিছুমান ড্ৰোন দিয়া হৈছিল যদিও সেইটো যুদ্ধ আৰম্ভ হোৱাৰ আগৰ কথা।

ইউৰোপীয় ইউনিয়নে ইতিমধ্যে ৰাছিয়ালৈ ড্ৰোন যোগান ধৰাৰ বাবে ইৰাণৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে পঢ়ক: বিমুদ্ৰাকৰণ বৈধ আছিল? এই সন্দৰ্ভত অহা ২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিব ইয়াৰ ৰায়

বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছলৈ দিয়া এক ভাষণত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণে ৰাছিয়াক শ শ বিপদজনক ড্ৰোন দিছে যি ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ স্থাপনাসমূহৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত জেলেনস্কিৰ মন্তব্যই ইৰাণক ক্ষুব্ধ কৰি তুলিছে। বৃহস্পতিবাৰে তেহৰানে জেলেনস্কিক সতৰ্ক কৰি দিয়ে যে “ভিত্তিহীন অভিযোগৰ ক্ষেত্ৰত ইৰাণৰ ধৈৰ্য্যৰ এক সীমা আছে”।

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ নাছেৰ কানানীয়ে কয় যে ৱাশ্বিংটনলৈ যোৱা জেলেনস্কিয়ে তেওঁৰ ভাষণত ইৰাণক দোষাৰোপ কৰিছে আৰু এক অশোভনীয় মন্তব্য দিছে। অৱশ্যে, আমি ইউক্ৰেইনকে ধৰি সকলো দেশৰ আঞ্চলিক অখণ্ডতাক সন্মান কৰোঁ। জেলেনস্কিয়ে জানিব লাগে যে ভিত্তিহীন অভিযোগৰ সন্দৰ্ভত ইৰাণৰ কৌশলগত ধৈৰ্য্যৰো এক সীমা আছে।

লগতে পঢ়ক: ‘ঘৈণী লাগে, কইনা বিচাৰি দিয়ক’, বিয়াৰ পোছাক পিন্ধি ঘোঁৰাত উঠি হাতত পোষ্টাৰ লৈ ডঙুৱাৰ দল!

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে জেলেনস্কিক উদ্দেশ্যি কয়,”জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত কিছুমান দেশৰ নেতাৰ নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা ল’ব লাগে।”

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd