• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তৰ্জাতিক নাৰ্চ দিৱসৰ শুভেচ্ছা! শচীন টেণ্ডুলকাৰে টুইটাৰত আপলোড কৰিলে অসমৰ নাৰ্চৰ ছৱি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 5:18 pm
301
VIEWS
Share on FacebookShare on Twitter

যোৱাকালি আন্তৰ্জাতিক নাৰ্চ দিৱস উপলক্ষে এক বিশেষ টুইট কৰে শচীন টেণ্ডুলকাৰে।

ক্ৰিকেট কিংম্বদন্তীজনে জনায় যে কৰোণা মহামাৰিৰ সময়ছোৱাত নাৰ্চসকলৰ ভূ্মিকা কিমান গুৰুত্বপূৰ্ণ, সেয়া তেওঁ ভালদৰেই উপলব্ধি কৰিছে।

তেওঁ লিখে যে নাৰ্চসকলে নিঃশব্দে মানৱীয়তাৰ হকে সেৱা কৰি আহিছে, ৰাতিৰ পাছত ৰাতি আমাৰ বাবে জাগি থাকে আৰু ক’ত সমস্যা হৈছে, কি কৰিলে স্বস্তিলাভ পোৱা যাব, সকলো সময়তে খেয়াল ৰাখে নাৰ্চসকলে।

Silently serving humanity forever. Sleepless nights, care and concern flow non stop for us when we aren’t well.

The pandemic has made us recognise their value more than ever before.

Grateful for everything you do for us.

Happy #InternationalNursesDay 🙏🏼👨‍⚕️👩‍⚕️ pic.twitter.com/F53wIvp4uh

— Sachin Tendulkar (@sachin_rt) May 12, 2021

”কৰোণা মহামাৰিৰ মাজত আৰু বেছিকৈ বুজিব পাৰিছো তেওঁলোকৰ অৱদান। আপোনালোকৰ ওচৰত আমি সঁচাকৈয়ে কৃতজ্ঞ।”- আন্তৰ্জাতিক নাৰ্চ দিৱসৰ শুভেচ্ছা জনাই টেণ্ডুলকাৰে এইদৰে লিখে।

উল্লেখযোগ্য যে শেহতীয়াভাৱে টেণ্ডুলকাৰে ক’ভিড পজিটিভ হোৱাৰ পাছত আৰোগ্য লাভ কৰিছে।

টুইটটোৰ স’তে টেণ্ডুলকাৰে তিনিগৰাকী নাৰ্ছৰ ফটোও সংলগ্ন কৰে।

টেণ্ডুলকাৰে জানিবলৈ দিয়ামতে, নাৰ্ছকেইগৰাকী অসমৰ মিজোৰাম-ত্ৰিপুৰা সীমান্ত অঞ্চলৰ মাকুণ্ডা হস্পিতালত কৰ্মৰত।

This picture is from Makunda Hospital, Assam, where these nurses are selflessly serving the needy in a remote part of Assam bordering Mizoram & Tripura.

— Sachin Tendulkar (@sachin_rt) May 12, 2021

জনজাতীয় নাৰ্ছকেইগৰাকীয়ে অসমৰ অতি ভিতৰুৱা এই সীমামূৰীয়া অঞ্চলটোত দিনে নিশাই সেৱা কৰি আহিছে।

উল্লেখযোগ্য যে ১২ মে’ তাৰিখে ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিন অনুসৰি আন্তৰ্জাতিকভাৱে তেওঁৰ প্ৰতি সন্মান জনাই নাৰ্ছ দিৱস উদযাপন হৈ আহিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd