• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্জুনৰ লক্ষ্যভেদ! আই পি এলত প্ৰথমটো উইকেট! পুত্ৰ অৰ্জুনৰ বিষয়ে কি ক’লে পিতৃ শচীনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2023 5:31 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

15.6k
VIEWS
Share on FacebookShare on Twitter

আই পি এলত পুত্ৰৰ প্ৰথম উইকেট। কেৱল সেয়াই নহয়, অন্তিম অভাৰত অৰ্জুন টেণ্ডুলকাৰে শীতল মস্তিষ্কৰে বলিং কৰি দলটোক বিজয়ো আনি দিয়ে। ড্ৰেছিং ৰুমত বহি পুত্ৰৰ সফলতা চাই থাকিল শচীনে। খেলৰ শেষত শচীনে পুত্ৰক প্ৰশংসাও কৰিলে। আনহাতে অৰ্জুনে দেউতাকৰ লগত খেলৰ বিষয়ে হোৱা আলোচনাৰ কথাও ক’লে।

খেলৰ অন্তত শচীনে টুইট কৰি সমগ্ৰ মুম্বাই ইণ্ডিয়ানছৰ দলটোক অভিনন্দন জনায়। তেওঁ লিখিছে, “মুম্বাই ইণ্ডিয়ানছৰ এক দুৰ্দান্ত প্ৰদৰ্শন। বেট আৰু বলেৰে দৃষ্টি কাঢ়িছে কেমেৰন গ্ৰীনে। ঈশান আৰু তিলকে ভাল বেটিং কৰিছে। প্ৰতিদিনে অধিক ৰোমাঞ্চকৰ হৈ পৰিছে আই পি এল। আৰু অৱশেষত আই পি এলত উইকেট পালে এজন টেণ্ডুলকাৰে।‘’

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট দখল কৰাৰ পিছতো শচীনে কেতিয়াও আই পি এলত বল কৰি কোনো উইকেট পোৱা নাই। দ্বিতীয়খন মেচত অৰ্জুনে এটা উইকেট লাভ কৰে। সেই কথাই ক’ব বিচাৰিছিল শচীনে তেওঁৰ টুইটত।

A superb all-round performance by Mumbai Indians once again. Cameron Green impressed with both bat & ball. Ishan & Tilak’s batting is as good as it gets! The IPL is getting more interesting every day. Great going boys!💙

And finally a Tendulkar has an IPL wicket!😛#SRHvMI pic.twitter.com/e4MAFEZyjY

— Sachin Tendulkar (@sachin_rt) April 18, 2023

আই পি এলত অৰ্জুনে মাত্ৰ ৫ অভাৰ বলিং কৰে। তেওঁ নতুন বলত ৪ অভাৰৰ লগতে পুৰণি বলতো ১ অভাৰ বলিং কৰে। আৰু পুৰণি বলেৰে উইকেটটো লৈছিল। যিকোনো পৰিস্থিতিত বল কৰিবলৈ সাজু বুলি কয় অৰ্জুনে।

অৰ্জুনে কয়, ‘মই বলিং কৰি ভাল পাওঁ। অধিনায়কে মোক যি পৰিস্থিতিতে বলিং কৰিবলৈ কয় মই সাজু আছো। মই মাত্ৰ মোৰ পৰিকল্পনা অনুসৰি বলিং কৰিবলৈ চেষ্টা কৰো।”

তেওঁৰ বলত দূৰন্ত গতি নাই। কিন্তু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শেষ অভাৰত ২০ ৰান ৰক্ষা কৰিবলৈ গৈ মাত্ৰ ৫ ৰানহে দিছে। অফ ষ্টাম্পৰ বাহিৰত তেওঁ নিৰ্দিষ্ট স্থানত বল পেলাইছিল। তেওঁ ভুৱনেশ্বৰ কুমাৰৰ উইকেটটো লয়। অৰ্জুনে খেলৰ বিষয়ে দেউতাকৰ লগত কি আলোচনা হয় তাকো জনায়।

শচীনপুত্ৰ অৰ্জুনে ক’লে, “দেউতাই কেৱল ক্ৰিকেটৰ কথাহে কয়। আমি খেলৰ আগতে আলোচনা কৰোঁ। দেউতাই মোক কয় যে মই প্ৰেকটিছত কৰাৰ দৰেই খেলপথাৰতো বল কৰিব লাগে। মই মাত্ৰ বল এৰাতহে গুৰুত্ব দিওঁ। বলটো ছুইং হ’লে ভাল। নহ’লে মই ৰাণ নিদিবলৈ চেষ্টা কৰো।‘’

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd