• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য একাডেমিৰ উদ্যোগত ২৬ মাৰ্চত গোলাঘাট ডি আৰ কলেজত বিশেষ আলোচনা চক্ৰ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
March 24, 2019 9:45 pm
ফটো ইন্টাৰনেটৰ পৰা সংগৃহীত

ফটো ইন্টাৰনেটৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
অহা ২৬ মাৰ্চত সাহিত্য একাডেমিৰ উদ্যোগত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ সহযোগত ‘ইতিহাসৰ জিজ্ঞাসাত অসমীয়া সাহিত্য’ শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।
মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত আলোচনা চক্ৰৰ আৰম্ভণিতে পুৱা ১০ বজাত সাহিত্য একাডেমিৰ পূব মণ্ডলৰ আঞ্চলিক সম্পাদক দেবেন্দ্ৰ কুমাৰ দেবেশে আদৰণি ভাষণ প্ৰদান কৰিব। সাহিত্য একাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহবায়ক ধ্ৰুৱজ্যোতি বৰাই মাৰ্গ নির্দেশক ভাষণ প্ৰদান কৰিব। মহাবিদ্যালয়খনৰ অধ্যক্ষ পুতুল চন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰিব লগীয়া অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব একাডেমিৰ ইংৰাজী ভাষা উপদেষ্টা টেমচুলা আও।
আয়োজকসকলে জনোৱা অনুসৰি আদৰণি অনুষ্ঠানৰ পিছতে দিনৰ ১১.৩০ বজাৰ পৰা অৰূপা পটংগীয়া কলিতাৰ সভাপতিত্বত আৰম্ভ হ’বলগীয়া প্ৰথমটো আলোচনা চক্ৰত অৰিন্দম বৰকটকী, চন্দন শৰ্মা আৰু কমল কুমাৰ তাঁতীয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছত দিনৰ ২.৩০ বজাৰ পৰা টেমচুলা আওৰ সভাপতিত্বত দ্বিতীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব, ইয়াত অৰূপা পটংগীয়া কলিতা, প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, সুপ্ৰিয়া হাজৰিকাই আলোচক হিচাপে উপস্থিত থাকিব। আনহাতে অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া অন্তিমটো আলোচনা চক্ৰত জুৰি বৰা বৰগোহাঞি আৰু শিৱানন্দ কাকতি আলোচক হিচাপে থাকিব।
ইয়াৰ উপৰি জ্যোতিৰময়ী ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া অসমীয়া মহিলা লেখিকাৰ ‘অস্মিতা’ শীৰ্ষক এক অনুষ্ঠান আৰাধনা পটংগীয়া গোস্বামী, গীতালি বৰা, মনালিছা শইকীয়া, শৰ্মিষ্ঠা প্ৰীতম, তুলিকা শইকীয়াই বক্তা হিচাবে অংশ গ্ৰহণ কৰিব।
ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd