• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘যোৱা দুবছৰত মই যি সহ্য কৰিলোঁ…’, নাগাৰ সৈতে বিচ্ছেদক লৈ মুখ খুলিলে সামন্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2023 12:19 pm
34.7k
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভুক কেন্দ্ৰ কৰি চৰ্চাৰ অন্ত নাই! শেহতীয়াকৈ তেওঁৰ মানসিক অৱস্থাক লৈ অনুৰাগীসকল চিন্তিত। ‘পুষ্পা’ৰ পিছত তেওঁৰ কেৰিয়াৰে বিপুল সফলতা লাভ কৰিছিল যদিও ব্যক্তিগত জীৱনত অন্ধকাৰ নামি আহিছিল। কিয়নো সেই বছৰতে সামান্থাৰ বিবাহ বিচ্ছেদ হৈছিল।

নাগা চৈতন্যৰ লগত চাৰি বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ থকাৰ পূৰ্বে বহুদিন লিভ ইন সম্পৰ্কত আছিল। কিন্তু ২০১৭ চনত বিবাহৰ পিছত জটিলতা বাঢ়িবলৈ ধৰিলে। অৱশেষত দুয়োপক্ষই বিয়া ভাঙিবলৈ সিদ্ধান্ত ল’লে।

অৱশ্যে বিবাহ বিচ্ছেদে সামান্থাক বহুত কষ্ট দিছে বুলি অভিনেত্ৰীগৰাকীয়ে বাৰ্তালাপত বুজাই দিছে। অৱশ্যে ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে বিবাহ বিচ্ছেদৰ পিছত দুবছৰ ধৰি যি কষ্টৰ মাজেৰে পাৰ হৈছিল, সেই দুখৰ ওপৰত আলোকপাত কৰিছে।

বিবাহ বিচ্ছেদৰ পিছত অভিনেত্ৰীগৰাকীৰ মাইঅ’চাইটিছ ৰোগ ধৰা পৰে। ই এনে এক ৰোগ য’ত আক্ৰান্ত পেশীবোৰ যন্ত্ৰণাবিদ্ধ হ’বলৈ আৰম্ভ কৰে। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে অসহ্যকৰ যন্ত্ৰণাত ভুগিছিল। কিন্তু সামান্থাই সেই যুঁজত জিকি আহিল।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ বেদনাদায়ক দুটা বছৰৰ বিষয়ে মুকলিকৈ কৈছে। সামান্থাৰ ভাষাত, “যেতিয়া কঠিন সময় আহিছিল, তেতিয়া মোৰ বিবাহ বিচ্ছেদ হৈছিল, মোৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত একেলগে প্ৰভাৱ পৰিছিল। এই দুবছৰত কিমান কষ্ট সহ্য কৰিছো কোনেও সঠিককৈ নাজানে। এই সময়ছোৱাত গুৰুতৰ বেমাৰৰ পৰা উভতি অহা অভিনেতাসকলৰ কথা পঢ়িছিলোঁ। সেই কাহিনীবোৰে মোক সেই সময়ত অনুপ্ৰাণিত কৰিছিল।”

এই মুহূৰ্তত নাগা আৰু সামান্থাই নিজৰ মতে জীৱন কটোৱাৰ ব্যৱস্থা কৰিছে। সামান্থাই বেছিভাগ সময় দেশৰ বাহিৰত কটায়। আনহাতে, অভিনেত্ৰী শোবিতা ধুলিপালাৰ সৈতে নতুন সম্পৰ্ক গঢ়ি উঠিছে অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন স্বামীৰ। যদিও এই সন্দৰ্ভত এতিয়ালৈকে নাগাই কোনো মন্তব্য কৰা নাই। 

Recent News

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd