• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘যোৱা দুবছৰত মই যি সহ্য কৰিলোঁ…’, নাগাৰ সৈতে বিচ্ছেদক লৈ মুখ খুলিলে সামন্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2023 12:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভুক কেন্দ্ৰ কৰি চৰ্চাৰ অন্ত নাই! শেহতীয়াকৈ তেওঁৰ মানসিক অৱস্থাক লৈ অনুৰাগীসকল চিন্তিত। ‘পুষ্পা’ৰ পিছত তেওঁৰ কেৰিয়াৰে বিপুল সফলতা লাভ কৰিছিল যদিও ব্যক্তিগত জীৱনত অন্ধকাৰ নামি আহিছিল। কিয়নো সেই বছৰতে সামান্থাৰ বিবাহ বিচ্ছেদ হৈছিল।

নাগা চৈতন্যৰ লগত চাৰি বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ থকাৰ পূৰ্বে বহুদিন লিভ ইন সম্পৰ্কত আছিল। কিন্তু ২০১৭ চনত বিবাহৰ পিছত জটিলতা বাঢ়িবলৈ ধৰিলে। অৱশেষত দুয়োপক্ষই বিয়া ভাঙিবলৈ সিদ্ধান্ত ল’লে।

Apply Now

অৱশ্যে বিবাহ বিচ্ছেদে সামান্থাক বহুত কষ্ট দিছে বুলি অভিনেত্ৰীগৰাকীয়ে বাৰ্তালাপত বুজাই দিছে। অৱশ্যে ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে বিবাহ বিচ্ছেদৰ পিছত দুবছৰ ধৰি যি কষ্টৰ মাজেৰে পাৰ হৈছিল, সেই দুখৰ ওপৰত আলোকপাত কৰিছে।

বিবাহ বিচ্ছেদৰ পিছত অভিনেত্ৰীগৰাকীৰ মাইঅ’চাইটিছ ৰোগ ধৰা পৰে। ই এনে এক ৰোগ য’ত আক্ৰান্ত পেশীবোৰ যন্ত্ৰণাবিদ্ধ হ’বলৈ আৰম্ভ কৰে। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে অসহ্যকৰ যন্ত্ৰণাত ভুগিছিল। কিন্তু সামান্থাই সেই যুঁজত জিকি আহিল।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ বেদনাদায়ক দুটা বছৰৰ বিষয়ে মুকলিকৈ কৈছে। সামান্থাৰ ভাষাত, “যেতিয়া কঠিন সময় আহিছিল, তেতিয়া মোৰ বিবাহ বিচ্ছেদ হৈছিল, মোৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত একেলগে প্ৰভাৱ পৰিছিল। এই দুবছৰত কিমান কষ্ট সহ্য কৰিছো কোনেও সঠিককৈ নাজানে। এই সময়ছোৱাত গুৰুতৰ বেমাৰৰ পৰা উভতি অহা অভিনেতাসকলৰ কথা পঢ়িছিলোঁ। সেই কাহিনীবোৰে মোক সেই সময়ত অনুপ্ৰাণিত কৰিছিল।”

এই মুহূৰ্তত নাগা আৰু সামান্থাই নিজৰ মতে জীৱন কটোৱাৰ ব্যৱস্থা কৰিছে। সামান্থাই বেছিভাগ সময় দেশৰ বাহিৰত কটায়। আনহাতে, অভিনেত্ৰী শোবিতা ধুলিপালাৰ সৈতে নতুন সম্পৰ্ক গঢ়ি উঠিছে অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন স্বামীৰ। যদিও এই সন্দৰ্ভত এতিয়ালৈকে নাগাই কোনো মন্তব্য কৰা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd