• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 24, 2022 8:37 am
153
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ ছানিয়া মিৰ্জাই এক বিৰল দৃষ্টান্ত গঢ়িলে। তেওঁ ভাৰতৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে উৰা মাৰিবলৈ সাজু হৈছে। এন ডি এত মহিলাৰ বাবে সংৰক্ষিত ১৯ খন আসনৰ ভিতৰত ছানিয়াই দ্বিতীয় স্থান পাইছে।

চলিত বছৰৰ এপ্ৰিলত ছানিয়াই এন ডি এ পৰীক্ষাত বহিছিল। তেওঁৰ ৰেংক আছিল ১৪৯। ছানিয়া দেহাট কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত যচোভাৰ গাঁৱৰ বাসিন্দা। তেওঁ এতিয়া মিৰ্জাপুৰত বাস কৰে।

ছানিয়াৰ দেউতাক শ্বাহিদ আলী পেছাত এজন টিভি মেকানিক। গাওঁৰ বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছানিয়া উচ্চ শিক্ষাৰ বাবে মিৰ্জাপুৰলৈ যায়। তাতেই প্ৰশিক্ষণ আৰম্ভ হয়।

ছানিয়া সৰুৰে পৰা পঢ়াশুনাত ভাল আছিল। সপোন আছিল বিমান চলোৱাৰ। সেই সপোন পূৰণ হ’বলৈ গৈ আছে। তেওঁক যুঁজাৰু পাইলট হোৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল ভাৰতৰ প্ৰথম যুঁজাৰু পাইলট ফ্লাইট লেফটেনেণ্ট অৱনী চতুৰ্বেদীয়ে।

ছানিয়াই ২৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এন ডি এ  একাডেমীত যোগদান কৰিব। তেওঁ ভাৰতীয় বায়ু সেনাৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হ’বলৈ গৈ আছে। ছানিয়াৰ পৰিয়াল আৰু গাওঁবাসীয়ে এই খবৰটোৰ বাবে গৌৰৱান্বিত হৈ পৰিছে।

Recent News

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd