• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউ টিউবত প্ৰচাৰিত মেৰী হাচদাৰ গীতৰ বিৰুদ্ধে চাওঁতালী সংগঠনৰ থানাত এজাহাৰ দাখিল

উত্তম শইকীয়া by উত্তম শইকীয়া
April 8, 2021 7:54 pm
you tube song
478
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাক্সা জিলাৰ এগৰাকী যুৱতীয়ে গোৱা এটা গীত ইউ টিউবত প্ৰকাশ পোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ চাওঁতালী সমাজ ৷

মেৰী হাচদাই ভাৰতৰ আদিবাসী জনগোষ্ঠীৰ উপাস্য দেবতা ‘মাৰাং বুৰু’কক তেওঁ এই গীতত ইচ্ছাকৃতভাৱে অপমান কৰাৰ লগতে চাওঁতাল জনগোষ্ঠীৰ ধর্মীয় অনুভূতিতো আঘাত সানিছে বুলি অভিযোগ কৰাৰ লগতে গোচৰো ৰজু কৰিছে ৷

আজি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বোকাখাততো সদৌ চাওঁতাল যুৱ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু সদৌ চাওঁতাল ছাত্ৰ সন্থাই মেৰী হাচদাৰ বিতৰ্কিত গীতত উপাস্য দেৱতা জনক অপমান কৰাৰ অভিযোগেৰে বোকাখাত আৰক্ষী থানাত একোখনকৈ এজাহাৰ দাখিল কৰে ৷

যোৱা ১ এপ্ৰিলত ইউ টিউবত প্ৰচাৰিত হোৱা মেৰী হাচদাৰ এই গীতত “যিশুৰ সঙ্গে লাড়হাই লেনাইমাৰাং বুৰু চয়তান”  বুলি উল্লেখ কৰি জনগোষ্ঠীটোৰ উপাস্য দেৱতা মাৰাং বুৰুক চয়তান হিচাবে অভিহিত কৰিছে বুলি চাওঁতালী সংগঠন কেইটাৰ এজাহাৰত উল্লেখ কৰিছে ৷

মেৰী হাচদাৰ গীতটোৱে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত ধর্ম নিৰপেক্ষতাকো আঘাত হানিছে বুলিও উল্লেখ কৰা হয় ৷

এজাহাৰ দাখিলৰ পিচতে আয়োজন কৰা অক সংবাদ মেলত বিতৰ্কিত গীতটোৰ গায়িকা বাক্সা জিলাৰ পাহাৰপুৰ শুকানজুলিৰ নুৱাসী মেৰী হাচদাক এনে কাৰ্যৰ বাবে কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনায় ৷

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd