• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুকুৰ মাজত জ্বলে! ৮ ৰানৰ বাবে শতক হেৰুৱালে শুভমনে; কান্দিয়েই পেলালে শচীন কন্যা ছাৰাই!

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 3, 2023 10:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিন পূৰ্বে আম্বানীৰ পাৰ্টিত শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰ একেলগে ফটোত ধৰা পৰিছিল। কেমেৰাৰ ফ্লেছ দেখিয়েই লাজকুৰীয়া তাৰকা ক্ৰিকেটাৰজনে নিজকে লুকুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু গোপন কথাটো আৰু গোপন হৈ নাথাকিল! শুভমনৰ জীৱনত ‘ছাৰা ৰহস্য’ বহুদিনৰ পৰাই চলি আহিছে। শুভমন তুমি কোন ছাৰাৰ মন হৰিছা?

সামাজিক মাধ্যমত দীৰ্ঘদিন ধৰি চলি আহিছে এই চৰ্চা। কিন্তু লাহে লাহে সম্পৰ্কৰ সমীকৰণটো স্পষ্ট হৈ পৰিছে। ছাৰা আলী খানৰ সৈতে শুভমনৰ দূৰত্ব এতিয়া স্পষ্ট হৈ পৰিছে। শুভমনৰ প্ৰেম কাহিনীটো এতিয়া শচীন কন্যাক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈছে!

আম্বানীৰ জিঅ’ ৱৰ্ল্ড প্লাজা মুকলি অনুষ্ঠানত একেলগে স্নেপ লোৱাৰ পিছত বৃহস্পতিবাৰে ৱানখেড়ে ষ্টেডিয়ামত শুভমনৰ বাবে উল্লসিত হোৱা দেখা গৈছিল ছাৰাক। আকৌ শুভমন আউট হোৱাৰ লগে লগে ভাগি পৰিল ছাৰা। মুঠতে সম্পৰ্কৰ আঁৰকাপোৰখন ক্ৰমান্বয়ে শিথিল হৈ আহিছে।

শুভমন গীল আউট হোৱাৰ পিছত ছাৰা তেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া।

মুম্বাইত শ্ৰীলংকাক বিধ্বস্ত কৰি মেচখনত জয়লাভ কৰে টীম ইণ্ডিয়াই। আৰু শুভমন গীল বেটিঙেৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। এদিনীয়া ক্ৰিকেটত সুন্দৰ ফৰ্মত আছে শুভমন।

বিশ্বকাপৰ আৰম্ভণিতে ডেংগুৰ কবলত পৰিছিল। অৱশ্যে সুস্থ হৈ উঠাৰ পাছতে পঞ্জাৱৰ এই দুৰ্ধৰ্ষ বেটছমেনজন চিনাকি ছন্দলৈ উভতিছে। বৃহস্পতিবাৰে গীলে অলপৰ বাবে শতকটো হেৰুৱালে। তেওঁৰ বেটৰ পৰা আহিছিল ৯২ ৰানৰ ইনিংছ। শুভমনে মাত্ৰ আঠ ৰানৰ বাবে শতকটো হেৰুৱাই পেলোৱাৰ লগে লগে  ছাৰাৰ অভিব্যক্তিত হতাশাই হেচি ধৰিলে। বুজা গ’ল দুয়োৰে মাজত ‘বন্ধুত্ব’ কিমান গভীৰ। প্ৰায় কান্দিয়েই পেলালে ছাৰাই।

লগতে পঢ়কঃ বিধ্বংসী ভাৰত: শ্ৰীলংকাক বিধ্বস্ত কৰি বিশ্বকাপৰ ছেমিত প্ৰৱেশ

পিছমুহূৰ্ততে অৱশ্যে নিজে থিয় হৈ শুভমনক সম্ভাষণ জনালে। শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভণিতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ভাৰত অলপ চাপত পৰিছিল। অৱশ্যে শুভমনে কোহলীৰ সৈতে যুটী বান্ধি দলটোক আগুৱাই লৈ যায়। গেলেৰীত সেউজীয়া ৰঙৰ চাৰ্ট আৰু পেণ্ট পিন্ধি খেল উপভোগ কৰা দেখা গ’ল শচীন কন্যাক। ছাৰা টেণ্ডুলকাৰক লাইট মেকআপ আৰু মুকলি চুলিৰে আকৰ্ষণীয় দেখা গৈছিল।

Sara Tendulkar. 💔😭 #ShubmanGill #INDvsSL pic.twitter.com/xjcfcjIRN3

— Atishay Jain (@AtishayyJain96) November 2, 2023

এতিয়া চচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু এই প্ৰেমিক যুটী। শুভমন অনুৰাগীয়ে এতিয়া ছাৰাৰ নামত ‘ভাবি’ সংযোজন কৰিছে। ৱানখেড়েত যেতিয়া শুভমন বন্দনা, তেতিয়া ছাৰাৰ মুখত মিঠা হাঁহি। শুভমনে চাৰি-ছয় মাৰিলেই ছাৰাৰ মুখখন কেমেৰাত ভাঁহি আহে! শচীন তেণ্ডুলকাৰো উপস্থিত আছিল খেলপথাৰত।

কিন্তু শুভমন-ছাৰাই যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয়, আজিকালি তেওঁলোকৰ ডেট নাইটৰ ছবি ছ’চিয়েল মিডিয়াত ফাদিল হয়। এই বন্ধুত্বৰ টান ভৱিষ্যতে শৃংখলিত হৈ উঠা চাবলৈ অনুৰাগী যে কিমান হেঁপাহ!

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd