• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুকুৰ মাজত জ্বলে! ৮ ৰানৰ বাবে শতক হেৰুৱালে শুভমনে; কান্দিয়েই পেলালে শচীন কন্যা ছাৰাই!

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 3, 2023 10:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিন পূৰ্বে আম্বানীৰ পাৰ্টিত শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰ একেলগে ফটোত ধৰা পৰিছিল। কেমেৰাৰ ফ্লেছ দেখিয়েই লাজকুৰীয়া তাৰকা ক্ৰিকেটাৰজনে নিজকে লুকুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু গোপন কথাটো আৰু গোপন হৈ নাথাকিল! শুভমনৰ জীৱনত ‘ছাৰা ৰহস্য’ বহুদিনৰ পৰাই চলি আহিছে। শুভমন তুমি কোন ছাৰাৰ মন হৰিছা?

সামাজিক মাধ্যমত দীৰ্ঘদিন ধৰি চলি আহিছে এই চৰ্চা। কিন্তু লাহে লাহে সম্পৰ্কৰ সমীকৰণটো স্পষ্ট হৈ পৰিছে। ছাৰা আলী খানৰ সৈতে শুভমনৰ দূৰত্ব এতিয়া স্পষ্ট হৈ পৰিছে। শুভমনৰ প্ৰেম কাহিনীটো এতিয়া শচীন কন্যাক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈছে!

আম্বানীৰ জিঅ’ ৱৰ্ল্ড প্লাজা মুকলি অনুষ্ঠানত একেলগে স্নেপ লোৱাৰ পিছত বৃহস্পতিবাৰে ৱানখেড়ে ষ্টেডিয়ামত শুভমনৰ বাবে উল্লসিত হোৱা দেখা গৈছিল ছাৰাক। আকৌ শুভমন আউট হোৱাৰ লগে লগে ভাগি পৰিল ছাৰা। মুঠতে সম্পৰ্কৰ আঁৰকাপোৰখন ক্ৰমান্বয়ে শিথিল হৈ আহিছে।

Apply Now
শুভমন গীল আউট হোৱাৰ পিছত ছাৰা তেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া।

মুম্বাইত শ্ৰীলংকাক বিধ্বস্ত কৰি মেচখনত জয়লাভ কৰে টীম ইণ্ডিয়াই। আৰু শুভমন গীল বেটিঙেৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। এদিনীয়া ক্ৰিকেটত সুন্দৰ ফৰ্মত আছে শুভমন।

বিশ্বকাপৰ আৰম্ভণিতে ডেংগুৰ কবলত পৰিছিল। অৱশ্যে সুস্থ হৈ উঠাৰ পাছতে পঞ্জাৱৰ এই দুৰ্ধৰ্ষ বেটছমেনজন চিনাকি ছন্দলৈ উভতিছে। বৃহস্পতিবাৰে গীলে অলপৰ বাবে শতকটো হেৰুৱালে। তেওঁৰ বেটৰ পৰা আহিছিল ৯২ ৰানৰ ইনিংছ। শুভমনে মাত্ৰ আঠ ৰানৰ বাবে শতকটো হেৰুৱাই পেলোৱাৰ লগে লগে  ছাৰাৰ অভিব্যক্তিত হতাশাই হেচি ধৰিলে। বুজা গ’ল দুয়োৰে মাজত ‘বন্ধুত্ব’ কিমান গভীৰ। প্ৰায় কান্দিয়েই পেলালে ছাৰাই।

লগতে পঢ়কঃ বিধ্বংসী ভাৰত: শ্ৰীলংকাক বিধ্বস্ত কৰি বিশ্বকাপৰ ছেমিত প্ৰৱেশ

পিছমুহূৰ্ততে অৱশ্যে নিজে থিয় হৈ শুভমনক সম্ভাষণ জনালে। শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভণিতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ভাৰত অলপ চাপত পৰিছিল। অৱশ্যে শুভমনে কোহলীৰ সৈতে যুটী বান্ধি দলটোক আগুৱাই লৈ যায়। গেলেৰীত সেউজীয়া ৰঙৰ চাৰ্ট আৰু পেণ্ট পিন্ধি খেল উপভোগ কৰা দেখা গ’ল শচীন কন্যাক। ছাৰা টেণ্ডুলকাৰক লাইট মেকআপ আৰু মুকলি চুলিৰে আকৰ্ষণীয় দেখা গৈছিল।

Sara Tendulkar. 💔😭 #ShubmanGill #INDvsSL pic.twitter.com/xjcfcjIRN3

— Atishay Jain (@AtishayyJain96) November 2, 2023

এতিয়া চচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু এই প্ৰেমিক যুটী। শুভমন অনুৰাগীয়ে এতিয়া ছাৰাৰ নামত ‘ভাবি’ সংযোজন কৰিছে। ৱানখেড়েত যেতিয়া শুভমন বন্দনা, তেতিয়া ছাৰাৰ মুখত মিঠা হাঁহি। শুভমনে চাৰি-ছয় মাৰিলেই ছাৰাৰ মুখখন কেমেৰাত ভাঁহি আহে! শচীন তেণ্ডুলকাৰো উপস্থিত আছিল খেলপথাৰত।

কিন্তু শুভমন-ছাৰাই যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয়, আজিকালি তেওঁলোকৰ ডেট নাইটৰ ছবি ছ’চিয়েল মিডিয়াত ফাদিল হয়। এই বন্ধুত্বৰ টান ভৱিষ্যতে শৃংখলিত হৈ উঠা চাবলৈ অনুৰাগী যে কিমান হেঁপাহ!

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd