• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধন-সোণেৰে পৰিপূৰ্ণ পদ্মনাভস্বামী মন্দিৰ চোৱা-চিতাৰ দায়িত্ব ৰাজ পৰিয়ালক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 1:46 pm
padmanabha-swamy-temple-647_120816045826
1.6k
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ  কেইবা শতিকা প্ৰাচীন পদ্মনাভস্বামী মন্দিৰ কোনে পৰিচালনা কৰিব সেই বিষয়ক লৈ দীৰ্ঘ দিন ধৰি বিতৰ্কৰ সৃষ্টি হৈ আহিছিল। অৱশেষত সোমবাৰে উচ্চতম ন্যায়ালয়ে পদ্মনাভস্বামী মন্দিৰ পৰিচালনাৰ দায়িত্ব ট্ৰাভাংকৰৰ ৰাজ পৰিয়ালৰ ওপৰত অৰ্পন কৰে।

উচ্চতম ন্যায়ালয়ৰ এখন বিশেষ খণ্ডপীঠে  পদ্মনাভস্বামী মন্দিৰৰ চোৱা-চিতা ট্ৰাভাংকৰৰ ৰাজ পৰিয়ালে কৰিব বুলি ৰায় দান কৰি  কয় যে এই ক্ষেত্ৰত ৰাজ পৰিয়ালক থিৰুৱান্তপুৰমৰ জিলা দণ্ডাধীশে সহায় কৰিব।

উচ্চতম ন্যায়ালয়ে অৱশ্যে মন্দিৰৰ ভল্ট-বি খোলাৰ প্ৰসংগত কোনো কথা উল্লেখ কৰা নাই।

শতিকা প্ৰাচীন এই মন্দিৰটো ২০১১ চনত পুনৰ বাৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

সেই সময়ত এই বুলি প্ৰকাশ পাইছিল যে পদ্মনাভস্বামী মন্দিৰৰ ভূগৰ্ভৰ চাৰিটা কোঠালিত ধন-সোণ ঠাহ খাই আছে।

মূল্যৱান ৰত্ন ভাণ্ডাৰেৰে ভৰি থকা সেই বিশেষ চাৰিটা কোঠালীক লৈ এতিয়াও কৌতূহল অব্যাহত আছে।

১৮ শতিকাত পদ্মনাভস্বামী মন্দিৰ আজি দেখা ৰুপত সাজি উলিয়াইছিল ট্ৰাভাংকৰৰ ৰাজ পৰিয়ালে।

ট্ৰাভাংকৰৰ ৰাজ পৰিয়াল সেয়ে মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা উচিৎ বুলি বহুতে মন্তব্য কৰি আহিছে।

ট্ৰাভাংকৰৰ ৰাজ পৰিয়ালে ১৯৪৭ চনৰ আগলৈকে দক্ষিণ কেৰালাৰ কিছু অঞ্চল আৰু তামিলনাডুৰ কিছু অঞ্চলত শাসন কৰিছিল।

Recent News

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd