• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 5:15 pm
আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ভোটাৰ তালিকাৰ ব্যাপক সংশোধনক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হোৱা পৰিৱেশ। এই ঘটনা ‘দুৰ্ভাগ্যজনক’ বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে। ভোটাৰ তালিকাত নাম নথকা লোকৰ আবেদনৰ বাবে আয়োগে নিৰ্ধাৰণ কৰা সময়সীমা বৃদ্ধিৰ বাবে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে আবেদন দাখিল কৰিছিল। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে শুনানিৰ সময়ত কয় যে এই সন্দৰ্ভত আপত্তি উত্থাপনৰ অন্তিম তাৰিখ ১ ছেপ্টেম্বৰ হ’লেও নিৰ্বাচন আয়োগে আবেদনখন এতিয়াও গ্ৰহণ কৰিব।

বিশেষজ্ঞৰ এটা অংশই কয় যে নিৰ্বাচন আয়োগে স্বচ্ছ আৰু নিৰপেক্ষভাৱে কাম কৰিব লাগে। এইটোৱেই হৈছে চিৰন্তন নিয়ম। দেশৰ গণতান্ত্ৰিক আন্তঃগাঁথনি নিৰ্মাণৰ দায়িত্বও তেওঁলোকৰ কান্ধত। যদি বিৰোধীয়ে কোনো আবেদন লৈ আয়োগৰ কাষ চাপে তেন্তে বিষয়টোৰ ওপৰত বিষয়াসকলে গুৰুত্ব দিব। অৱশ্যে যোৱা কেইবছৰমানৰ পৰা ছবিখনৰ বহু পৰিৱৰ্তন হৈছে। নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধী দল একেবাৰেই সুখী নহয়। মন কৰিবলগীয়া যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও এই সন্দৰ্ভত সৰৱ হৈ উঠিছিল। শেহতীয়াকৈ বিহাৰত এছ আই আৰ বা বিশেষ তীব্ৰ সংশোধনী আৰম্ভ হোৱাৰ পিছৰে পৰা নিৰ্বাচন আয়োগ আৰু ‘ভাৰত’ মিত্ৰজোঁটৰ মাজত সংঘাতই তুংগত উপনীত হৈছে। ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱ হোৱা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। আয়োগে কেন্দ্ৰত শাসকীয় দল বিজেপিৰ হৈ কাম কৰি আছে। বিৰোধীৰ বক্তব্যক নিৰ্বাচনী বিষয়াসকলেও খণ্ডন কৰাৰ লগতে একাংশ বিশ্লেষকে কয় যে প্ৰকৃততে আয়োগক বিজেপিৰ মুখপাত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক দলসমূহৰ মাজত থকা এই আস্থাহীনতাক উচ্চতম ন্যায়ালয়ে দুখজনক বুলি গণ্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

September 1, 2025 5:59 pm
৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

September 1, 2025 5:56 pm
আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

September 1, 2025 5:15 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

September 1, 2025 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

September 1, 2025 5:59 pm
৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

September 1, 2025 5:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd