• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যাহ্ন ভোজন কেলেংকাৰিত বিদ্যালয়ৰ মুৰব্বী আৰু ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ

এন ই নাও নিউজ, ওদালগুৰি by এন ই নাও নিউজ, ওদালগুৰি
April 7, 2023 12:33 pm
ওদালগুৰি মধ্যাহ্ন ভোজন কেলেংকাৰী।

ওদালগুৰি মধ্যাহ্ন ভোজন কেলেংকাৰী।

324
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত মাজবাটৰ খুচৰাবাৰী স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী নীনা মজুমদাৰ আৰু মাজবাটৰ ব্যৱসায়ী মিন্টু সাহাক বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন (মিড ডে মিল)ৰ গুৰুতৰ অনিয়ম আৰু কেলেংকাৰিত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, স্থানীয় অভিভাৱক আৰু বিদ্যালয়খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত লাভ কৰা চাউলৰ ক্ষেত্ৰত কেলেংকাৰিৰ গোন্ধ পাই মাজবাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীৰ পুংখানুপুংখ তদন্তৰ অন্তত প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰে।

লগতে পঢ়ক: আচৰিত কাণ্ড! নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য

এজাহাৰ অনুসৰি ৰুজু কৰা ৩৫/২৩ গোচৰত যোৱা ৫ এপ্ৰিলত আৰক্ষীয়ে প্ৰধান শিক্ষয়ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে যোৱা ৬ এপ্ৰিলত একেটা গোচৰতে মিণ্টু সাহা নামৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতি আৰু খুচুৰাবাৰী স্কুলৰ অভিভাৱকসকলে বিদ্যালয়ৰ মুৰব্বীগৰাকীয়ে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত চাউল লাভ কৰা মাজবাট সমবায় সমিতিত তদন্ত চলাই গুৰুতৰ অনিয়মৰ তথ্য ধৰা পেলায়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd