• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতংকৰ বাবেই এইখন ৰাজ্যত বন্ধ কৰি দিয়া হ’ল সকলো বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 9:48 am
Schools-closed-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পুনৰ ক’ৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত এতিয়া হাজাৰ হাজাৰ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

এনে সময়তে সতৰ্কতামূলক ব্যৱস্থা হিচাবে ছট্টিশগড়ৰ চৰকাৰে ৰাজ্য খনৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ কৰি দিছে।

ছট্টিশগড়ৰ মন্ত্ৰী ৰবীন্দ্ৰ চুবেই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে শিক্ষাৰ্থীৰ স্বাস্থ্যকলৈ চৰকাৰে কোনো ধৰণৰ আপোচ কৰিব বিচৰা নাই।

সেইবাবেই ৰাজ্য খনৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাৰ পিছত যোৱা ১৫ ফেব্ৰুৱাৰীত ছট্টিশগড়ৰ চৰকাৰে ৰাজ্য খনত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰাৰ অনুমতি দিছিল।

কিন্তু দেশত পুনৰ ক’ৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে ছট্টিশগড়ৰ চৰকাৰে পুনৰ বিদ্যালয় সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য দেশত শেহতীয়াকৈ কোভিডত বহু লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই চাৰিমাহৰ অভিলেখ ভংগ কৰিছে।

দেশত বিগত ২৪ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৪৩,৮৪৬গৰাকী লোক।

এতিয়া লৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ ১ কোটি ১৫ লাখ ৯৯ হাজাৰ ১৩০ গৰাকী।

২৪ ঘণ্টাত ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১৯৭ গৰাকী।ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ১ কোটি ১১ লাখ ৩০ হাজাৰ ২৮৮ গৰাকী লোক।

ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে এই পৰ্যন্ত প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১লাখ৫৯ হাজাৰ ৭৫৫ গৰাকী । বিগত ২৪ ঘণ্টাত ক’ৰ’ণাৰ পৰা মুক্ত হৈছে ২২ হাজাৰ ৯৫৬ গৰাকী লোক।

বৰ্তমান দেশত ৩ লাখ ৯ হাজাৰ ৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ৪ কোটি ৪৬ হাজাৰ ৮৪১ গৰাকী লোকক ক’ৰ’ণাৰ ভেকচিন প্ৰদান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd