• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহৰ মগজুতো জমা হৈছে মাইক্ৰ’প্লাষ্টিক? পৰিমাণ দেখি শিয়ৰি উঠিল বিজ্ঞানীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2025 2:32 pm
592
VIEWS
Share on FacebookShare on Twitter

মানুহৰ মগজুতো ক্ৰমান্বয়ে জমা হৈ পৰিছে মাইক্ৰ’প্লাষ্টিক। ইউনিভাৰ্চিটি অৱ নিউ মেক্সিকো হেল্থৰ বিজ্ঞানীসকলে এই কথা দাবী কৰিছে। গৱেষকসকলে দাবী কৰিছে যে ২০১৬ চনত মানুহৰ মগজুৰ কলাত পোৱা প্লাষ্টিক কণিকাৰ পৰিমাণ ২০২৪ চনত প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে, যিটো চিন্তাৰ বিষয়।

গৱেষকসকলে লগতে দাবী কৰিছে যে মগজুত জমা হোৱা প্লাষ্টিকৰ কণাবোৰে স্মৃতিশক্তি হেৰুৱা, এলঝেইমাৰকে ধৰি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

‘নেচাৰ মেডিচিন’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই গৱেষণাৰ খবৰ। টক্সিকোলজিষ্ট মেথিউ কেম্পেনে কয় যে এই অধ্যয়নত অংশগ্ৰহণ কৰা বেছিভাগ লোকৰ মগজুত কমেও ৭ গ্ৰাম মাইক্ৰ’প্লাষ্টিক পোৱা গৈছিল। ইয়াৰে কিছুমানৰ শৰীৰত পোৱা গৈছে পেট প্লাষ্টিক, যিটো পানীৰ বটল বনাবলৈ ব্যৱহাৰ কৰা হয়, আন কিছুমানৰ শৰীৰত পোৱা গৈছে খাদ্যৰ পাত্ৰত ব্যৱহাৰ কৰা পলিষ্টাইৰিন। সৰু সৰু প্লাষ্টিকৰ কেৰী বেগ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা পলিইথাইলিন একাংশ লোকৰ মগজুত পোৱা গৈছে।

কিছুমান মানুহৰ মগজুত দুই-তিনি প্ৰকাৰৰ প্লাষ্টিক কণাও পোৱা গৈছে। ডিমেনচিয়া বা স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত এনে ১২ জন প্ৰাপ্তবয়স্কৰ মগজুত পোৱা প্লাষ্টিকৰ কণিকাৰ পৰিমাণ আছিল আচৰিত ধৰণৰ। গৱেষকসকলে কয় যে এই লোকসকলৰ মগজুত জমা হোৱা প্লাষ্টিকৰ পৰিমাণ স্বাভাৱিক লোকৰ মগজুতকৈ প্ৰায় ১০ গুণ বেছি।

যদি মাইক্ৰ’প্লাষ্টিক দেহত প্ৰৱেশ কৰি দিনক দিনে তেজৰ লগত মিহলি হয় তেন্তে ই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। যেতিয়া প্লাষ্টিক তেজৰ লগত মিহলি হয় তেতিয়া ই ইনচুলিন নিঃসৰণত প্ৰভাৱ পেলায়। যিটো পিছলৈ ডায়েবেটিছৰ কাৰণ হ’ব পাৰে। কেৱল সেয়াই নহয়, প্লাষ্টিকে শৰীৰৰ হৰম’নৰ ভাৰসাম্যও সলনি কৰিব পাৰে। শৰীৰত অত্যধিক প্লাষ্টিকৰ কণা জমা হ’লে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পায়। ই মহিলাৰ বিভিন্ন হৰম’নৰ নিঃসৰণ বন্ধ কৰে আৰু মগজুত জমা হ’লে ই বিভিন্ন স্নায়ুজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে।

Recent News

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd