• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 7:31 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰ আজিও বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ উৎস। গৱেষকসকলে নিয়মীয়া পৰ্যবেক্ষণ আৰু অভিযানৰ জৰিয়তে আমাৰ ‘চুবুৰীয়া’ নীলা গ্ৰহটোক অধিক বিশদভাৱে জনাৰ লক্ষ্য লৈছে। এতিয়া ইটালীৰ বিজ্ঞানীৰ এটা দলে দাবী কৰিলে যে তেওঁলোকে চন্দ্ৰৰ মাটিত এটা গুহাৰ সন্ধান পাইছে!

জানিব পৰা মতে, গুহাৰ স্থান চন্দ্ৰৰ ‘শীতল সমুদ্ৰ’ৰ ওচৰত। ১৯৬৯ চনত নীল আৰ্মষ্ট্ৰং আৰু এপ’ল’ ১১ য’ত অৱতৰণ কৰা হৈছিল তাৰ পৰা ২৫০ মাইল দূৰত এই গুহাটো অৱস্থিত। সুদূৰ অতীতৰ লাভা বিস্ফোৰণৰ ফলত ইয়াৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বহল ১৩০ ফুট আৰু দৈৰ্ঘ্য সম্ভৱতঃ ১০ গজ বা তাতকৈ অধিক।

গুহাটো বিচাৰি উলিওৱা ইটালীৰ ট্ৰেণ্টো বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৰ প্ৰতিনিধি লিঅ’নাৰ্ডো কেৰিয়াৰ আৰু লৰেঞ্জো ব্ৰুজনে কয় যে ‘’চন্দ্ৰৰ গুহাটো ৫০ বছৰতকৈও অধিক সময় ধৰি ৰহস্যৰ আৱৰ্তত ৰৈ আছে। আৰু সেইবাবেই আমি সেইটো পাই আচৰিত হৈছিলো।”

তাৰ লগতে তেওঁলোকে দাবী কৰে যে কেবল এই এটা গুহাই নহয়, তেওঁলোকে নিশ্চিত যে সেই অঞ্চলত আৰু বহুতো গুহা আছে। আনকি, চন্দ্ৰৰ দক্ষিণ মেৰুত এনে এটা গুহাৰ অস্তিত্বৰ বিষয়ে তেওঁলোক নিশ্চিত। বিজ্ঞানীসকলে নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰৰ পৰা ৰাডাৰৰ জোখ-মাখ বিশ্লেষণ কৰিছে।

নাছাৰ সপোন চন্দ্ৰলৈ মানুহ পঠিয়াই তাত উপনিবেশ স্থাপন কৰা। বিশ্বাস কৰা হয় যে প্ৰথম অৱস্থাত এনে গুহা মহাকাশচাৰীৰ আশ্ৰয়স্থল হ’ব পাৰে। ইয়াত থাকিলে মহাজাগতিক ৰশ্মি, সৌৰ বিকিৰণ আৰু সৰু সৰু উল্কাপিণ্ডৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰে।

ভৱিষ্যতে যদি পৃথিৱীখন মানুহৰ বাসস্থানৰ বাবে সম্পূৰ্ণ অনুপযোগী হয়, তেন্তে চন্দ্ৰ মানুহৰ ‘নতুন ঘৰ’ হ’ব পাৰে। সেয়েহে বিজ্ঞানীসকলে এই উপগ্ৰহটোক ভালদৰে জানিবলৈ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি আহিছে। এইবাৰ তেওঁলোকৰ চকু পৰিল এই গুহাটোৰ ওপৰত, যিটোক সংশ্লিষ্ট বিজ্ঞানীমহলে এক উল্লেখযোগ্য আৱিষ্কাৰ বুলিয়েই গণ্য কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd