• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ আতংক? বাদুলিৰ পৰা কৰ’না বিয়পাৰ আশংকা! ‘বেট কৰ’না’ৰ সন্ধান পালে চীনৰ বিজ্ঞানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 8:05 am
426
VIEWS
Share on FacebookShare on Twitter

কৰ’নাক লৈ নতুন আতংকৰ খবৰ আহিছে। এতিয়া চীনৰ বিজ্ঞানীৰ এটা দলে আৱিষ্কাৰ কৰিছে নতুন ‘বেট কৰ’না’। এই কৰ’না ভাইৰাছ বাদুলিৰ পৰা বিয়পিব পাৰে বুলি জনা যায়। এই কৰ’না ভাইৰাছ জন্তুৰ পৰা মানুহলৈ বিয়পিব পাৰে। এই বেট কৰ’না ভাইৰাছৰ আঁৰত আছে HKU5-Cov-2 ভাইৰাছ। জনা যায় যে এই ভাইৰাছে COVID-19 সৃষ্টি কৰা SARS CoV-2 ৰ দৰে একেটা মানৱ ৰিচেপ্টৰ ব্যৱহাৰ কৰে।

চীনা বিজ্ঞানী শ্বি ঝেংলি। চীনা বিজ্ঞানীসকলৰ মাজত তেওঁক ‘বেট উইমেন’ বুলি জনা যায়। এই নতুন ক’ৰ’না ভাইৰাছৰ আৱিষ্কাৰ হৈছিল বাদুলিৰ লগত জড়িত কৰ’না ভাইৰাছৰ ওপৰত তেওঁৰ নিবিড় গৱেষণাৰ জৰিয়তে।

ইফালে, চীনত এইচ এম পি ভি ৰোগীৰ সংখ্যা হঠাৎ বৃদ্ধি পোৱাৰ লগে লগে ক’ৰোনা ভাইৰাছৰ পুনৰ সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। মানৱ মেটানিউমোভাইৰাছ বা এইচ এম পি ভিৰ ভয় বৃদ্ধি পোৱাৰ লগে লগে Covid সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ উত্থান ঘটিছে। আকৌ এবাৰ চীনৰ ছ’চিয়েল মিডিয়াত তাৰ চিকিৎসালয়ত মাস্ক পৰিধান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা দেখা গৈছে।

অৱশ্যে স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এইচ এম পি ভি Covid ৰ দৰে বিপজ্জনক নহয়। ঋতুত তেনেকুৱা কিবা এটা হ’ব পাৰে। ইফালে HKU5-Cov-2 ভাইৰাছক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে। ইফালে এই ভাইৰাছ ক’ৰ পৰা বিয়পি আছে সেয়া এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। কিছুমান অধ্যয়নত কোৱা হৈছে যে ই বাদুলিৰ পৰা বিয়পি আছে। আৰু ই এটা মধ্যৱৰ্তী প্ৰাণীৰ শৰীৰৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। দাবী কৰা হৈছে যে এই ভাইৰাছ প্ৰথমে হংকঙত এক প্ৰকাৰৰ জাপানীজ বাদুলিৰ শৰীৰত পোৱা গৈছিল। এই ভাইৰাছে মানুহৰ কোষত আক্ৰমণ কৰিব পাৰে বুলি ভবা হৈছে।

ইয়াৰ পূৰ্বে চিআইএই দাবী কৰিছিল যে য়ুহানৰ এটা পৰীক্ষাগাৰৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পিছে। অৱশ্যে সেই দাবী চীনে নাকচ কৰিছে। মন কৰিবলগীয়া যে ২০১৯ চনত চীনৰ য়ুহানত প্ৰথমজন ক’ৰ’না আক্ৰান্ত ব্যক্তি দেখা গৈছিল। তেতিয়াৰ পৰাই ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd