• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ আতংক? বাদুলিৰ পৰা কৰ’না বিয়পাৰ আশংকা! ‘বেট কৰ’না’ৰ সন্ধান পালে চীনৰ বিজ্ঞানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 8:05 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাক লৈ নতুন আতংকৰ খবৰ আহিছে। এতিয়া চীনৰ বিজ্ঞানীৰ এটা দলে আৱিষ্কাৰ কৰিছে নতুন ‘বেট কৰ’না’। এই কৰ’না ভাইৰাছ বাদুলিৰ পৰা বিয়পিব পাৰে বুলি জনা যায়। এই কৰ’না ভাইৰাছ জন্তুৰ পৰা মানুহলৈ বিয়পিব পাৰে। এই বেট কৰ’না ভাইৰাছৰ আঁৰত আছে HKU5-Cov-2 ভাইৰাছ। জনা যায় যে এই ভাইৰাছে COVID-19 সৃষ্টি কৰা SARS CoV-2 ৰ দৰে একেটা মানৱ ৰিচেপ্টৰ ব্যৱহাৰ কৰে।

চীনা বিজ্ঞানী শ্বি ঝেংলি। চীনা বিজ্ঞানীসকলৰ মাজত তেওঁক ‘বেট উইমেন’ বুলি জনা যায়। এই নতুন ক’ৰ’না ভাইৰাছৰ আৱিষ্কাৰ হৈছিল বাদুলিৰ লগত জড়িত কৰ’না ভাইৰাছৰ ওপৰত তেওঁৰ নিবিড় গৱেষণাৰ জৰিয়তে।

Apply Now

ইফালে, চীনত এইচ এম পি ভি ৰোগীৰ সংখ্যা হঠাৎ বৃদ্ধি পোৱাৰ লগে লগে ক’ৰোনা ভাইৰাছৰ পুনৰ সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। মানৱ মেটানিউমোভাইৰাছ বা এইচ এম পি ভিৰ ভয় বৃদ্ধি পোৱাৰ লগে লগে Covid সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ উত্থান ঘটিছে। আকৌ এবাৰ চীনৰ ছ’চিয়েল মিডিয়াত তাৰ চিকিৎসালয়ত মাস্ক পৰিধান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা দেখা গৈছে।

অৱশ্যে স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এইচ এম পি ভি Covid ৰ দৰে বিপজ্জনক নহয়। ঋতুত তেনেকুৱা কিবা এটা হ’ব পাৰে। ইফালে HKU5-Cov-2 ভাইৰাছক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে। ইফালে এই ভাইৰাছ ক’ৰ পৰা বিয়পি আছে সেয়া এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। কিছুমান অধ্যয়নত কোৱা হৈছে যে ই বাদুলিৰ পৰা বিয়পি আছে। আৰু ই এটা মধ্যৱৰ্তী প্ৰাণীৰ শৰীৰৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। দাবী কৰা হৈছে যে এই ভাইৰাছ প্ৰথমে হংকঙত এক প্ৰকাৰৰ জাপানীজ বাদুলিৰ শৰীৰত পোৱা গৈছিল। এই ভাইৰাছে মানুহৰ কোষত আক্ৰমণ কৰিব পাৰে বুলি ভবা হৈছে।

ইয়াৰ পূৰ্বে চিআইএই দাবী কৰিছিল যে য়ুহানৰ এটা পৰীক্ষাগাৰৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পিছে। অৱশ্যে সেই দাবী চীনে নাকচ কৰিছে। মন কৰিবলগীয়া যে ২০১৯ চনত চীনৰ য়ুহানত প্ৰথমজন ক’ৰ’না আক্ৰান্ত ব্যক্তি দেখা গৈছিল। তেতিয়াৰ পৰাই ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd