• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home গুৱাহাটী

ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 30, 2024 9:35 pm
ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগ আৰু নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ উদ্যোগত যোৱা ২৯ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত এক আলোচনাৰ চক্ৰৰ আয়োজন কৰা হয়।

আলোচনাত অসমত ডাইনী হত্যাৰ প্ৰাদুৰ্ভাৱ আৰু অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫ ৰ বিষয়ে আলোকপাত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ অধ্যাপক ড: পলি ভ’কলিনে আদৰণি ভাষণেৰে আলোচনাৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ ৰাজ্যিক সমন্ৱয়ক গীতা ৰাণী ভট্টাচাৰ্যই ইয়াৰ পাছতে নিৰন্তৰ ট্ৰাষ্টৰ বিষয়ে এক পৰিচয়মূলক ভাষণ প্ৰদান কৰে।

আলোচনাত অংশগ্ৰহণ কৰা অসম মহিলা সমতা চচাইটীৰ কৰ্মী তথা সমাজ সেৱী মামণি শইকীয়া, অধিবক্তা দেৱস্মিতা ঘোষ আদি বিশিষ্ট বক্তাসকলে অসমত বিশেষকৈ কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাত ডাইনী হত্যাৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে আলোচনা কৰে। অসম মহিলা সমতা চচাইটীৰ কৰ্মী মামণি শইকীয়াই তেওঁৰ ভাষণত ডাইনী হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে কয়।

ভূক্তভূগী মহিলাসকলৰ বিৰুদ্ধে উত্থাপন হোৱা ভুৱা অভিযোগ আৰু অমানৱীয় ব্যৱহাৰৰ ঘটনাৰ উদাহৰণ দাঙি ধৰি শইকীয়াই আইনখন শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাই ।অধিবক্তা দেৱস্মিতা ঘোষে অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫ ৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰি লিংগ নিৰপেক্ষ দৃষ্টিভংগীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

আলোচনাত অংশগ্ৰহণকাৰীসকলে ডাইনী হত্যাৰ গোচৰত ভুক্তভোগীৰ ক্ষতিপূৰণ, আইনী গোচৰত ন্যায়পালিকাৰ ভূমিকা, আৰু ডাইনী হত্যা নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বাস্তৱ পদক্ষেপৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। আৰাধনা সিংহাই আঁত ধৰা অনুষ্ঠানটোৰ সামৰণি ভাষনত গীতা ৰাণী ভট্টাচাৰ্যই ডাইনী হত্যা ৰোধৰ বাবে সংকল্প প্ৰস্তাৱ পাঠ কৰি সামূহিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।

অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইনৰ সঠিক ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভট্টাচাৰ্যই উদ্বেগ প্ৰকাশ কৰে যে বৰ্তমানৰ আইনখনত সঠিকভাৱে নিৰ্দেশনাসমূহ পালন কৰা হোৱা নাই, আৰু ফলস্বৰূপে ফলপ্ৰসূ ৰূপায়ণৰ অভাৱ পৰিলক্ষিত হৈছে।

গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগ আৰু নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ যুটীয়া উদ্যোগত অসম চৰকাৰলৈ এই সম্পৰ্কে দাবী জনোৱাৰ বিষয়ে আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড: পুনম কাকতী বৰাই আলোচনাৰ মূল বিষয়সমূহ সামৰি এক সাৰাংশ আগবঢ়াই। অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই গীতালী বৰপাত্ৰগোঁহাইয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd