• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Congress protests ছোনিয়া গান্ধীক EDৰ জেৰা; গুৱাহাটীৰ ৰাজপথত বাগৰি বাগৰি অংকিতা দত্ত সহ কংগ্ৰেছৰ নেতা- কৰ্মীৰ প্ৰতিবাদ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 21, 2022 7:55 pm
150
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক বিজেপি চৰকাৰে ষড়যন্ত্রমূলকভাবে এনফৰ্চমেণ্ট ডাইৰেক্টটৰৰ দ্বাৰা জেৰাৰ চলোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটী উত্তাল কৰি তোলে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।

চৰকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিৰোধী শক্তি, বিশেষকৈ কংগ্ৰেছ দলৰ বলিষ্ঠ কণ্ঠ বন্ধ কৰিবলৈ অপচেষ্টা চলোৱাৰ প্ৰতিবাদত তথা বিজেপি চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ চৌহদত এখন বিশাল প্রতিবাদী সভা অনুষ্ঠিত কৰা হয় ।

তাৰ পিছতে কেইবাগৰাকীও নেতা কর্মীয়ে হাতে হাতে প্লেকার্ড, কংগ্ৰেছৰ পতাকা লৈ উদাত্ত শ্ল’গান দি দি ৰাজগড় ৰ’ডৰ এনফ ‘চমেণ্ট ডাইৰেক্টটৰৰ কাৰ্যালয় অভিমুখে শান্তিপূর্ণভাবে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

শান্তিপূর্ণভাবে এক প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও ৰাজীৱ ভৱনৰ মূল প্রৱেশদ্বাৰতে লৌহ-প্ৰাচীৰ দি বিশাল সশস্ত্র বাহিনীয়ে বাধা প্ৰদান কৰে।

লৌহ প্ৰাচীৰ বগাই সমদল আগুৱাই যাব খোজোঁতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, কংগ্ৰেছ উপদলপতি ৰকিবুল হুছেইন, প্রাক্তন সাংসদ দ্বিজেন শর্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ সহ দলৰ কেইবাগৰাকীও সন্মানীয় বিধায়ক সহ অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্ত আৰক্ষী বাহিনীয়ে আটক কৰি লৈ যায়।

তেওঁলোকক বিয়লি পর্যন্ত কাহিলীপাৰাস্থ ১০ নং অসম আৰক্ষী বেটেলিয়ন চৌহদত তেওঁলোকক বন্দী কৰি ৰাখে ।
ইয়াৰ পূৰ্বে অনুষ্ঠিত প্ৰতিবাদী সভাত ভূপেন কুমাৰ বৰা, দ্বিজেন শর্মা, দেৱব্ৰত শ‍ইকীয়া, ৰকিবুল হুছেইন, ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, মীৰা বৰঠাকুৰ গোস্বামী প্ৰমুখ্যে কংগ্ৰেছ নেতাসকলে মোদী চৰকাৰৰ আক্রোশমূলক কার্যকলাপৰ তীব্ৰ নিন্দা কৰাৰ লগতে ইয়াৰ নিশ্চিত পৰিগতিৰ বাবে বিজেপিক সাজু হ’বলৈ আহ্বান জনায়।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd