• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢাকাত ভয়ংকৰ বিস্ফোৰণ : ১৪ জন লোকৰ মৃত্যু, ১০০ৰো অধিক লোক আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 9:01 pm
131
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ ৰাজধানী ঢাকাৰ গুলিস্তান অঞ্চলত মঙলবাৰে ৭ মহলীয়া অট্টালিকাত সংঘটিত বিস্ফোৰণত ১৪ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। বিস্ফোৰণৰ পিছতে সমগ্ৰ অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। উদ্ধাৰ কাৰ্যৰ বাবে ততালিকে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন নিয়োজিত কৰা হয়। বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অট্টালিকাটোৰ বেছমেণ্টত বহু লোক আবদ্ধ হৈ পৰাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ৰেপিড একচন বেটেলিয়নৰ বোমা নিষ্কাশন ইউনিটে ঘটনাস্থলীলৈ গৈ অট্টালিকাসমূহ পৰিদৰ্শন কৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গুলিস্তান বি আৰ টি চি কাউণ্টাৰৰ দক্ষিণ দিশত অৱস্থিত অগ্নিদগ্ধ হোৱা পাঁচ মহলীয়া অট্টালিকাটোৰ তলৰ মহলাত এখন চেনিটেৰী দোকান থকাৰ লগতে বাকী মহলাত বেংকৰ কাৰ্যালয় আৰু ইয়াৰ কাষতে সাত মহলীয়া চেনিটেৰী মাৰ্কেট বিল্ডিং আছে।

বিস্ফোৰণৰ পিছতে বেংক, দোকানসমূহ অগ্নিদগ্ধ হৈ যদিও অট্টালিকাটো ভাঙি পৰা নাই। বিস্ফোৰণৰ ফলত কাঁচৰ বেৰ ভাঙি পথৰ সিটো পাৰে ৰখাই থোৱা এখন বাছৰো ক্ষতিসাধন হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ নিয়ন্ত্ৰণ কক্ষৰ উদ্ধৃতিৰে bdnews24 নিউজ পৰ্টেলৰ কয় যে মংগলবাৰে সন্ধিয়া প্ৰায় ৪:৫০ বজাত (স্থানীয় সময় অনুসৰি) অগ্নিকাণ্ডটো সূত্ৰপাত ঘটে।

ডি এম চি এইচৰ আৰক্ষী আউটপোষ্ট পৰিদৰ্শক বাচ্চু মিয়াই জনোৱা মতে, আহতসকলক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে। আটাইকেইজনেই চিকিৎসালয়খনৰ জৰুৰীকালীন ইউনিটত চিকিৎসাধীন হৈ আছে বুলিও তেওঁ কয়।

Recent News

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd