• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত আৰক্ষীৰ অভিযানত অবৈধ দেহ ব্যৱসায় চক্ৰ উৎখাত

তন্ময় চক্ৰৱৰ্তী by তন্ময় চক্ৰৱৰ্তী
July 17, 2020 5:55 pm
আটক হোৱা এগৰাকী ছোৱালী

আটক হোৱা এগৰাকী ছোৱালী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত শুকুৰবাৰে সন্ধিয়া এটা অবৈধ দেহ ব্যৱসায় ঘাটি উৎখাত কৰাৰ লগতে ১১ গৰাকী লোকক আটক কৰা হয়।

শুকুৰবাৰে সন্ধিয়া ত্ৰিপুৰা আৰক্ষীৰ এটা দলে আগৰতলাৰ বিজয়া পেলেচ হোটেলত অভিযান চলায় দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰিবলৈ সমৰ্থ হয়।

Apply Now

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাৰ মহিলা মহাবিদ্যালয়ৰ সমীপতে থকা হোটেলখনত অভিযান চলায় আৰু দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰে।

আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত মুঠ ১১ গৰাকী লোকক আটক কৰে ইয়াৰ ভিতৰত ৭ গৰাকী পুৰুষ আৰু ৪ গৰাকী মহিলা।

যেতিয়া আৰক্ষীয়ে হোটেলখনত অভিযান চলায় সেই সময়তে এগৰাকী ছোৱালীয়ে হোটেলৰ চাদৰ পৰা ওচৰৰ ঘৰৰ চালত জাপ দিয়ে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে ঘৰৰ চালৰ পৰা ছোৱালী গৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে।

উল্লেখযোগ্য যে, চাৰি বছৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাত অভিযান চলাই এটা বৃহৎ দেহ ব্যৱসায় চক্ৰ উৎখাত কৰাৰ লগতে ১৬ গৰাকী ছোৱালীকে ধৰি মুঠ ৩৪ গৰাকী লোকক আটক কৰিছিল।

তন্ময় চক্ৰৱৰ্তী

তন্ময় চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd