• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টকা দিলেও ৰেহাই নাপায়, ভাবুকিয়েও বচাব নোৱাৰে ৰাজেন গোহাঁইক; গোচৰ পুনৰ চলোৱাৰ সিদ্ধান্ত নিৰ্য্যাতিতা আৰু স্বামীৰ

মহিলাগৰাকীৰ স্বামীক ৰাজেন গোহাঁইৰ মানুহে কাজিৰঙাত আবদ্ধ কৰি আঁতৰাই ৰাখিছিল সংবাদ মাধ্যম, আৰক্ষীৰ পৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2018 10:47 pm
Rajen-Gohian-570x320-1

কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন কেলেংকাৰিত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিপদ এতিয়াও আঁতৰা নাই। মন্ত্ৰীজনৰ মানুহে কিছুদিন ছল আৰু বলেৰে মুখ বন্ধ ৰখাৰ পাছত গোচৰটো আগুৱাই নিবলৈ পুনৰ দৃঢ়তাৰে সংকল্প লৈছে মন্ত্ৰীজনৰ দ্বাৰা যৌন নিৰ্য্যাতিতা মহিলাগৰাকীৰ স্বামীয়ে।

আজি সংবাদ মাধ্যমৰ আগত নিৰ্য্যাতিতা মহিলাগৰাকীৰ স্বামীজনে অভিযোগ কৰে যে তেওঁক ভয়-ভাবুকি আৰু ধনবলেৰে মেনেজ কৰাৰ চেষ্টা কৰিছিল মন্ত্ৰী ৰাজেন গোহাঁইৰ মানুহে। তেওঁক এখন গাড়ীৰে নি কাজিৰঙাত ৰখা বুলিও দাবী কৰে নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে।

Apply Now

এই সময়খিনিত তেওঁক সংবাদ মাধ্যম, আৰক্ষীৰ সৈতে যোগাযোগ ৰক্ষা কৰাত বাধা দিয়াৰ লগতে ম’বাইল ফোনো অফ কৰিবলৈ বাধ্য কৰিছিল। ৰাজেন গোহাঁইৰ দুজন ঘনিষ্ঠই তেওঁক এই সময়খিনিত আবদ্ধ কৰি ৰাখিছিল।

আনহাতে তেওঁক ৰাজেন গোহাঁইৰ মানুহে পইচা দিয়া বুলি স্বীকাৰ কৰে। “তেওঁৰ মানুহে পইচা দিয়াটো সত্য।” নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে কয়।

“যোৱা ৭ তাৰিখে সদৰ থানাৰ অ’ চি ছাৰে মোক থানালৈ মাতে। মই তেতিয়া কওঁ যে এই গোচৰটো আমি আগুৱাই নিম।” এইদৰে কয়।

“তেতিয়া ছাৰে কয় যে তোমালোকক ক’ৰ্টলৈ মেজিষ্ট্ৰেটে মাতিব, তেতিয়া কেছটো খেলিম বুলি কৈ দিবা, আৰু তেতিয়া কেছটো পুনৰ চালু হৈ যাব।” নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে কয়।

আপোনালোকৰ ভাবুকি আৰু পইচাৰ লোভত আমি নীৰৱ হৈ নাথাকো। মই যদি দোষী মই শাস্তি ল’ম। তেওঁলোক যদি দোষী তেওঁলোকে শাস্তি পাব।” –এইদৰে চূড়ান্ত স্থিতি প্ৰকাশ কৰে নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে।

উল্লেখযোগ্য যে যৌন কেলেংকাৰিৰ বিষয়টোৱে পূৰাদমে চৰ্চা লাভ কৰি থকাৰ সময়ত মৌন হৈ থকা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক পুনৰ যোৱা কেইদিনমান সৰৱ ভূমিকাত দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd