• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিল্পগ্ৰাম মহোৎসৱ ২০২৫: আজিৰে পৰা দেশৰ ১৪ ৰাজ্যৰ লোক পৰম্পৰাগত সংগীত-নৃত্যৰে মুখৰিত হ’ব গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 10:42 am
1.3k
VIEWS
Share on FacebookShare on Twitter

বাৰেৰহনীয়া লোক, পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত-নৃত্য সমাহাৰেৰে পাঁচদিনীয়া অনুষ্ঠানসূচীৰে আজি (শুকুৰবাৰ) বিয়লি আনুষ্ঠানিকভাৱে মুকলি হ’ব শিল্পগ্ৰাম মহোৎসৱ-২০২৫।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন.ই.জেড.চি.চি.) ৰ উদ্যোগত ১৭ জা‌নুৱাৰীৰ পৰা ২১ জানুৱাৰী, ২০২৫ লৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত-শিল্পগ্ৰাম মহোৎসৱ অনুষ্ঠিত হ’ব।

২০০৬ চনৰ ১৭ জানুৱা‌ৰীত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূবাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ শিল্পগ্ৰাম‌ৰ ২০ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এইবেলিৰ শিল্পগ্ৰাম মহোৎসৱত আঠভনী ৰাজ্যৰ লগতে ভাৰত বৰ্ষৰ ১৪ খন ৰাজ্যৰ লোক সাংস্কৃতিক শিল্পীৰ দলৰ লোক-কলা-কুশলীয়ে ‌অংশগ্ৰহণ কৰিব।

এন.ই.জেড.চি.চি. সঞ্চালক ডা: প্ৰসন্ন গগৈৰ গতিশীল প্ৰচেষ্টাত লোক সাংস্কৃতিক পথাৰখনক অধিক মহিয়ান কৰাৰ মানসেৰে বৰ্ণিলভাৱে আয়োজিত এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানটি ১৭ জানুৱাৰীত বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, মহোৎসৱৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভ হ’ব লগীয়া প্ৰথম দিনা ভাৰতৰ ১৪ ৰাজ্যৰ নৃত্য-সংগীতৰ এক আকৰ্ষণীয় নৃত্য সংৰচনা পৰিবেশিত হ’ব।

Recent News

নতুন ঔষধ ‘অবিচেট্ৰাপিব’ৰ সফলতা! হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকললৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

নতুন ঔষধ ‘অবিচেট্ৰাপিব’ৰ সফলতা! হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকললৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd