• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় স্তৰত উজলিল শিৱসাগৰ : উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ নগৰৰ সন্মান লাভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 19, 2019 6:36 am
20190319_004359

নতুন দিল্লীত উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ নগৰৰ সন্মান গ্ৰহণ কৰিছে শিৱসাগৰ পৌৰসভাৰ বিষয়ববীয়াই। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰলৈ সুখবৰ। ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযানৰ (নগৰ অঞ্চল) অধীনত ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ বাবে শিৱসাগৰ নগৰক উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ নগৰৰ সন্মান প্ৰদান কৰা হয়। দিল্লীৰ বিজ্ঞান ভৱনৰ প্লেনেৰী হ’লত আয়োজিত ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ উন্নয়ন বিভাগৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।

এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকে। ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ উন্নয়নৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হৰিদ্বীপ সিং পুৰীয়ে এই বঁটা প্ৰদান কৰে। শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিংহ, উপ-পৌৰপতি আজাদ আলম আৰু নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথে এই বঁটা গ্ৰহণ কৰে।

বঁটা গ্ৰহণ কৰি উৎফুল্লিত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিংহই সোমবাৰে সাংবাদিকৰে হোৱা মত বিনিময় কৰি কয় যে  শিৱসাগৰবাসীৰ বাবে ই এক গৌৰৱ। শিৱসাগৰীয়া ৰাইজৰ সহায় সহযোগিতাৰ বাবে আজি ৰাষ্ট্ৰীয় স্তৰত শিৱসাগৰে স্বচ্ছ নগৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল।

এই সন্মান লাভৰ বাবে প্ৰতিজন শিৱসাগৰীয়াক ধন্যবাদ জনায় পৌৰনেত্ৰী গৰাকীয়ে।তদুপৰি, তেওঁ আগন্তুক দিনত শিৱসাগৰ নগৰক আৰু অধিক স্বচ্ছ কৰি ৰখাৰ লগতে সৌন্দয্য বৰ্দ্ধনৰ বাবে বহুকেইটা আঁচনি হাতত ল’ব বুলি জানিব দিয়ে।

উল্লেখ্য যে উত্তৰ-পূবৰ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যা বসতিপূৰ্ণ চহৰৰ মাজৰ পৰা স্বচ্ছ ভাৰত মিশ্যনৰ (নগৰ অঞ্চল) অধীনত স্বচ্ছ সৰ্বক্ষণ ২০১৯ৰ বাবে শিৱসাগৰ চহৰক নিৰ্বাচন কৰে। বিশ্বৰ ভিতৰত সবাটোতকৈ বৃহৎ স্বচ্ছতাৰ সমীক্ষা স্বচ্ছ সৰ্বেক্ষণৰ জৰিয়তে ৪২৩১ খন পৌৰ নিকায়ৰ ৬৪ লাখ ভাৰতীয় নাগৰিকৰ মতামত আৰু সামাজিক মাধ্যমৰ পৰা প্ৰায় ৪ কোটি জনগণৰ মতামতৰ ভিত্তিত শিৱসাগৰ চহৰে এই বঁটা লাভ কৰে।

শিৱসাগৰ পৌৰ সভাই বিগত সময়ত জিলা প্ৰশাসন আৰু চি আৰ পি এফৰ সহযোগত নগৰৰ মাজমজিয়াত থকা শিৱসাগৰ পুখুৰীৰটো চাফা কৰাৰ লগতে নগৰৰ বিভিন্ন স্থানত স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সময়ে সময়ে চাফাই অভিযানৰ দৰে কাৰ্যসূচী ৰূপায়ন কৰি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd